Class 8 New Science 2 Chapter 21 MCQ’s Assam Jatiya Bidyalaya | বায়ু আৰু পানী প্ৰদূষণ | AJB Class 8 New Science 2 Chapter 21 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 21 | MCQ’s Type Question Answer |

Chapter-21

বায়ু আৰু পানী প্ৰদূষণ

১।বায়ু এবিধ কি পদাৰ্থ ?

(ক) সম্পদ

(খ) বাষ্প

(গ) মিশ্ৰ

উত্তৰঃ (গ)মিশ্ৰ।

২। কি নাথাকিলে প্ৰাণী জীয়াই থাকিব নোৱাৰে ?

(ক) উদ্ভিদ

(খ) পানী

(গ) তাপ

উত্তৰঃ (ক) উদ্ভিদ।

৩। তাজমহল কিহেৰে গঠিত ?

(ক) বগা মাৰ্বল

(খ) বগা শিলগোটি

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) বগা মাৰ্বল।

৪। বায়ুত নাইট্ৰ’জেন কিমান শতাংশ আছে ?

(ক) 21%

(খ) 78%

(গ) 0.97%

উত্তৰঃ (খ) 78%।

৫। বায়ুত কি কম পৰিমাণে থাকে ?

(ক) অক্সিজেন

(খ) নাইট্ৰ’জেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (খ) নাইট্ৰ’জেন।

৬। পানী ব্যৱহাৰ ক্ষেত্ৰত কি হ’ব লাগে ?

(ক) মিতব্যয়ী

(খ) পানী বেছি খৰচ কৰা

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) মিতব্যয়ী।

৭। আজিৰ পৰা পায় কিমান বছৰৰ আগতে ভৰলু নদীৰ পানী পৰিষ্কাৰ আছিল ?

(ক) ৩০ বছৰৰ

(খ) ৪০ বছৰৰ

(গ) ৫০ বছৰৰ

উত্তৰঃ (গ) ৫০ বছৰৰ।

৮। দৈনিক কিমান আৱৰ্জনা মহানগৰীৰ পৰা সাগৰত পেলোৱা হয় ?

(ক) প্ৰায় ৫০ মেট্ৰিক টন

(খ) প্ৰায় ১০০ মেট্ৰিক টন

(গ) প্ৰায় ১৫০ মেট্ৰিক টন

উত্তৰঃ (খ) প্ৰায় ১০০ মেট্ৰিক টন।

৯। কিমান চনত গুৱাহাটীত তেল শোধনাগাৰ স্থাপিত কৰা হয় ?

(ক) ১৯৭২ চনত

(খ) ১৯৫২ চনত

(গ) ১৯৬২ চনত

উত্তৰঃ (গ) ১৯৬২ চনত।

১০। তলৰ কোনখন ভাৰতবৰ্ষৰ বিখ্যাত নদী ?

(ক) ভৰলু

(খ) গংগা

(গ) কপিলী

উত্তৰঃ (খ) গংগা।

১১। খোৱাপানীৰ আন এটা নাম কি ?

(ক) ফটফটীয়া

(খ) স্বচ্ছ

(খ) পেয়

উত্তৰঃ (খ) পেয়।

১২। তলৰ কোনটো পানীত জন্মে

(ক) শেলাই

(খ) আম

(গ) কঁঠাল

উত্তৰঃ (ক) শেলাই।

১৩। যি পদাৰ্থই পানীৰ প্ৰদূষণ ঘটায় তাক কি বোলা হয় ?

(ক) প্ৰদূষণ

(খ) উৎস

(গ) বিশুদ্ধ

উত্তৰঃ (ক) প্ৰদূষণ।

১৪। শস্যত কি দিয়ে

(ক) ৰাসায়নিক সাৰ

(খ) বিশুদ্ধ পানী

(গ) দমকলৰ পানী

উত্তৰঃ (ক) ৰাসায়নিক সাৰ।

১৫। পানীৰ গোন্ধ

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নাথাকে।

১৬। জণ্ডিজ আদি ৰোগ কিহৰ দ্বাৰা বিয়পে

(ক) পানী

(খ) হাঁচি

(গ) কাঁহ

উত্তৰঃ (ক) পানী

১৭। পানীক ইংৰাজীত কি বোলা হয়

(ক) water

(খ) Globel water

(গ) gas

উত্তৰঃ (ক) water

১৮। কাৰ্বন-ডাই-অক্সাইড কি গেছ

(ক) সেউজ গৃহ

(খ) অক্সিজেন

(গ) নাইট্ৰ’জেন

উত্তৰঃ (ক) সেউজ গৃহ।

১৯। তলৰ কোনটো গেছীয় প্ৰদূষক নহয়

(ক) শুকান ৰাস্তা

(খ) মুকলি পথাৰ

(গ) ৰাসায়নিক সাৰ

উত্তৰঃ (গ) ৰাসায়নিক সাৰ।

২০। ফটকা বা ফুলজাৰি জ্জ্বলালে কি গেছ উৎপন্ন হয়

(ক) কাৰ্বন-ডাই-অক্সাইড

(খ) অক্সিজেন

(গ) নাইট্ৰ’জেন

উত্তৰঃ (ক) কাৰ্বন-ডাই-অক্সাইড।

Type By- Subhas Nath