বায়ু আৰু আমাৰ চৌপাশ | অধ্য়ায়-৬ | Chapter 6 | Class 4 Environment SCERT School Question Answer | বায়ু আৰু আমাৰ চৌপাশ Lesson 6 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী SCERT School Question Answer and Solutions For Assam |

Chapter 6

বায়ু আৰু আমাৰ চৌপাশ

অনুশীলনী

১। উত্তৰ লিখা –

(ক) বায়ু কি ?

উত্তৰঃ


(খ) জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি ?

উত্তৰঃ 


(গ) উশাহত লোৱা বায়ু কেনে হ’ব লাগে?

উত্তৰঃ           

 (ঘ) বতাহ কাক বোলে ?

উত্তৰঃ 


২। খালী ঠাই পূৰ কৰা –

(ক) বায়ু আমি চকুৰে দেখা _________।


(খ) জোৰেৰে বলা বতাহক _____ বোলে ।

 
(গ) উদ্ভিদে বায়ুপৰা ______ গেছ সংগ্ৰহ কৰি প্ৰ’টিন তৈয়াৰ কৰে ।


(ঘ)_____ বায়ু স্বাস্থ্য়ৰ বাবে হানিকৰাক ।

৩। শুদ্ধ উত্তৰটো বাছি‘উলিওৱা☑ চিন দিয়া

(ক) নিৰ্মল বায়ুৰ বৰণ আছে /নাই।

উত্তৰঃ 


(খ) বায়ু আমি দেখোঁ/ অনুভৱ কৰোঁ ।

উত্তৰঃ 


(গ) জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে / নালাগে।

উত্তৰঃ 


(ঘ) প্ৰদূষিত বায়ু স্বাস্থ্য়ৰ বাবে হানিকাৰক হয় /নহয় ।

উত্তৰঃ 

৪। বায়ু চাৰিটা ব্যৱহাৰৰ বিষয়ে লিখা ।
উত্তৰঃ
 


৫।(ক) দূষিত বায়ুৰপৰা হ’ব পৰা তিনিটা বেমাৰৰ নাম লিখা ?

উত্তৰঃ 


(খ) বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় লিখা ।

উত্তৰঃ 


(গ) পাৰ্থক্য লিখাঃ ধুমুহা আৰু ফিৰফিৰীয়া বতাহ ।

উত্তৰঃ 


৬। পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি ইঠে কিয় ?

উত্তৰঃ