স্বাস্থ্য় আৰু সুৰক্ষা | অধ্য়ায়-৫ | Chapter 5 | Class 4 Environment SCERT Question Answer | স্বাস্থ্য় আৰু সুৰক্ষা Lesson 5 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী SCERT School Question Answer and Solutions For Assam |

Chapter 5

স্বাস্থ্য় আৰু সুৰক্ষা

অনুশীলনী

১। চমু প্ৰশ্ন উত্তৰ দিয়া-  

(ক) প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি  বস্তু ৰাখিব লাগে ?

উত্তৰঃ 


(খ) আলিবাটত খোজ কাঢ়োঁতে কি কি নিয়ম মানিব লাগে ?

উত্তৰঃ 

(গ) যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়?

উত্তৰঃ 


(ঘ) খেলোঁতে কি কি সাৱধানতা লোৱা উচিত ?

উত্তৰঃ 


২। খালী ঠাই পূৰ কৰা –

(ক) শৰীৰত কম পৰিমান পোৱা আঘাত_______ চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি ।

  

(খ) বেমাৰ – আজাৰ হ,লে আমাৰ শৰীৰটো _____ হৈ পৰে ।


(গ) অকস্মাতে হোৱা দুৰ্ঘটনাই হ’ল _____দুৰ্ঘটনা।


(ঘ) তিতা হাতেৰে ____ আৰু___ চুব নালাগে ।


৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা –

(ক) চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক / প্ৰাথমিক চিকিৎসা  বোলে।

উত্তৰঃ  


(খ) ওখোৰা –মোখোৰা ঠাইত খেলিব লাগে /নালাগে ।

উত্তৰঃ 


(গ) আলিবাটত সদায় নিজৰ বাওঁহাতে / সোহাঁতে খোজ খাঢ়িব লাগে ।

উত্তৰঃ

 
(ঘ) জুইৰ কাষত/আঁতৰত বহিব লাগে।

উত্তৰঃ 


৪। স্বাস্থ্য় ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে ?

উত্তৰঃ 


৫। আলোচনা চক্ৰ আয়োজন কৰা –

বিষয়ঃ প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তা

উত্তৰঃ