Class 6 Assamese Chapter 4 MCQ’s Sankardev School | সময় | Class 6 Assamese Chapter 4 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 4

সময়

১। সময়ে কি দিব পাৰে ?

(ক) দুখ

(খ) শান্তি

(গ) ধন

উত্তৰ- (গ) ধন ।

২। ধনে কি দিব নোৱাৰে ?

(ক) ধন

(খ) সময়

(গ) দুখ

উত্তৰ- (খ) সময় ।

৩। এজন কৃপণ ধনীয়ে মৰাৰ সময়ত পুতেকক কি দি যায়?

(ক) উপদেশ

(খ) বহুত ধন

(গ) বহুত দুখ

উত্তৰ- (ক) উপদেশ ।

৪। বোলে বোপা ধনৰ কাকতখন ভালকৈ চাবি, এই কথাষাৰ কোনে কৈছে?

(ক) কৃপণ ধনী জনে

(খ) ধনীজনৰ পুতেকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৃপণ ধনী জনে ।

৫। সময় কাৰ নিচিনা ?

(ক) সাগৰৰ

(খ) বনৰ

(গ) নদীৰ

উত্তৰ- (গ) নদীৰ ।

৬।  সকলো কামৰ বাবে কি ভাগ কৰি লব লাগে?

(ক) ধন

(খ) সময়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সময় ।

৭। শোৱাৰ বাবে কিমান সময় ল’ব লাগে?

(ক) দুই-তিনি

(খ) ছয়-সাত

(গ) সাত-আঠ

উত্তৰ- (গ) সাত-আঠ ।

৮। ব্যায়াম বা ধেমালিৰ বাবে কিমান সময় ল’ব লাগে?

(ক) দুই-তিনি

(খ) চাৰি-পাঁছ

(গ) সাত-আঠ

উত্তৰ- (ক) দুই-তিনি ।

৯। কেনেকৈ কাম কৰিলে আমনি নালাগে?

(ক) একে এটা কামকে বাবে বাবে কৰি থাকিলে

(খ) এটাৰ পাছত আন এটা কাম কৰি থাকিলে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) এটাৰ পাছত আন এটা কাম কৰি থাকিলে ।

১০। আমাৰ জীৱনৰো কিছুমান ভাগ আছে যেনে কি কি?

(ক) ল’ৰা-কাল

(খ) ডেকা-কাল

(গ) বুঢ়া-কাল

(ঘ) ওপৰৰ তিনিটাই হয়

উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।

১১। বিদ্যা-শিক্ষাৰ বাবে উপযুক্ত সময় কি?

(ক) লৰা-কাল

(খ) ডেকা-কাল

(গ) বুঢ়া-কাল

উত্তৰ- (ক) লৰা-কাল ।

১২। ল’ৰা-কালৰে পৰা নঘঁহিলে বুদ্ধি-বেছি কি হয়?

(ক) চোকা

(খ) ভোঁতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভোঁতা ।

১৩। ডেকাকালত কি ৰিপুবিলাক বৰ দুৰ্দ্দন্ত হোৱাত শিক্ষাত বৰ বাধা হয়?

(ক) কাম, ক্ৰোধ,

(খ) লোভ,

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৪। দৈনিক কাকত শব্দৰ অৰ্থ কি?

(ক) দিন-লিপি

(খ) দিনত লিখা কাকত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) দিন-লিপি ।

১৫। মন্দ শব্দৰ অৰ্থ কি?

(ক) ভাল

(খ) বেয়া

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) বেয়া ।

১৬। ৰিপু শব্দৰ অৰ্থ কি?

(ক) শক্ৰ

(খ) অনিষ্টকাৰী ইচ্ছা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৭। যুগুত শব্দৰ অৰ্থ কি?

(ক) উচিত

(খ) প্ৰয়োজনীয়

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৮। ক্ৰোধ শব্দৰ অৰ্থ কি?

(ক) খং

(খ) ৰাগ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৯। নিমিত্তে

(ক) অনুচিত

(খ) কাৰণে

(গ) উচিত

উত্তৰ- (খ) কাৰণে ।

২০। সময়ৰ কাকত শব্দৰ অৰ্থ কি?

(ক) সময়ৰ হিচাপ লিখি থোৱা কাকত

(খ) ধন-সম্পত্তিৰ হিচাপ লিখি থোৱা কাকত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সময়ৰ হিচাপ লিখি থোৱা কাকত ।

Type by- Bikul Mandal