Class 6 Assamese Chapter 3 MCQ’s Sankardev School | তৰা | Class 6 Assamese Chapter 3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 3

তৰা

১। তৰা কবিতাটোৰ কবিৰ নাম কি ?

(ক) সত্যনাথ বৰা

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ- (গ) লক্ষ্মীনাথ বেজবৰুৱা ।

২। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ প্ৰধান কি  আছিল ?

(ক) গুৰিধৰোঁতা

(খ) গুৰিনধৰোঁতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গুৰিধৰোঁতা ।

৩। কবিজন কিমান চনত সাহিত্য সভাৰ সভাপতি মনোনীত হৈছিল ?

(ক) ১৯৮৬

(খ) ১৯৪২

(গ) ১৯৫৩

উত্তৰ- (খ) ১৯৪২ ।

৪। অ মোৰ আপোনাৰ দেশ সংগীতটো ৰচক কোন ?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) সত্যনাথ বৰা

(গ) শ্ৰী শ্ৰী মাধৱদেৱ

উত্তৰ- (ক) লক্ষ্মীনাথ বেজবৰুৱা ।

৫। কবিৰ কবিতা পুথিৰ নাম  কি ?

(ক) পদুম কুঁৱৰী

(খ) কদমকলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কদমকলি ।

৬। কবিৰ উপন্যাস খনৰ নাম কি ?

(ক) পদুম কুঁৱৰী

(খ) কদমকলি

(গ) সুৰভি

উত্তৰ- (ক) পদুম কুঁৱৰী ।

৭। কবিৰ চুটি গল্প কি আছিল ?

(ক) সুৰভি

(খ) কেহোঁকলি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৮। কবিৰ ধেমেলীয়া নাটসমূহ কি কি ?

(ক) লিতিকাই

(ক) নোমল

(খ) চিকৰপতি-নিকৰপতি

(গ) ওপৰৰ তিনিটাই হয়

উত্তৰ- (গ) ওপৰৰ তিনিটাই হয় ।

৯। সামান্য মানুহ মই নাই পোৱা ওৰ বোলি কোনে কৈছে ?

(ক) সত্যনাথ বৰা

(খ) শ্ৰী শ্ৰী শংকৰদেৱে

(গ) লক্ষ্মীনীথ বেজবৰুৱাই

উত্তৰ- (গ) লক্ষ্মীনীথ বেজবৰুৱাই ।

১০। পৃথিৱীত মানুহৰ মাজত থকা কি দেখি অন্তৰ দুখত গলি গৈছে ?

(ক) হিংসা-দ্বেষ

(খ) শঠতা, পাপ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১১। কবিয়ে কি ৰূপে চকুপানী টুকিছে ?

(ক) নিয়ৰৰ কণিকাৰূপে

(খ) পানীৰ টুপালৰ দৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নিয়ৰৰ কণিকাৰূপে ।

১২। স্বৰ্গৰ উপবনত ফুলি থকা কি স্বৰ্গীয় ফুল ?

(ক) চিৰসুন্দৰ

(খ) অসুন্দৰ

(গ) এপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) চিৰসুন্দৰ ।

১৩। জোনাক ৰাতি কি আনন্দৰ ৰাজ্যত সৌৰভ বিলাই আছে ?

(ক) চিৰ-প্ৰেমত

(খ) চিৰ-দুখত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) চিৰ-প্ৰেমত ।

১৪। আকাশীফুল ক’ত থাকে ?

(ক) মৰতত

(খ) স্বৰ্গ-উপবনে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) স্বৰ্গ-উপবনে ।

১৫। নিবিষ্ট শব্দৰ অৰ্থ কি ?

(ক) নিমগ্ন

(খ) ডুবিথকা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৬। ভোৰ শব্দৰ অৰ্থ কি ?

(ক) আপোন পাহৰা

(খ) অমগ্ন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) আপোন পাহৰা ।

১৭। ওৰ শব্দৰ অৰ্থ কি ?

(ক) অন্ত

(খ) শেষ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৮। আখিনীৰ শব্দৰ অৰ্থ কি ?

(ক) চকুলো

(খ) লোতক

(গ) চকুপানী

(ঘ) ওপৰৰ তিনিটাই হয়

উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।

১৯। সৌৰভ শব্দৰ অৰ্থ কি ?

(ক) সুগন্ধ

(খ) দুৰগন্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সুগন্ধ ।

২০ । লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক ৰচনাবোৰ কাৰ ছদ্মনামত লিখিছিল?

(ক) সত্যনাথ বৰা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) কৃপাবৰ বৰবৰুৱা

উত্তৰ- (গ) কৃপাবৰ বৰবৰুৱা ।

Type by- Bikul Mandal