Class 6 Assamese Chapter 5 MCQ’s Sankardev School | কুলি | Class 6 Assamese Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter 4

কুলি

১। কুলি কবিতাটোৰ কবিৰ নাম কি?

(ক) সত্যনাথ বৰা

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) সৰ্বেশ্বৰ কটকী

উত্তৰ- (গ) সৰ্বেশ্বৰ কটকী ।

২। কুলিৰ আগমনে কি ঋতুৰ আগজাননী দিয়ে ?

(ক) শীত

(খ) বসন্ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বসন্ত ।

৩। বসন্ত ঋতুত প্ৰকৃতিয়ে কি ৰূপ লয়?

(ক) মনোমোহা

(খ) বেয়া

(গ) ভাল

উত্তৰ(ক) মনোমোহা ।

৪। কুলিৰ লগতে কাৰ ক’ৰবালৈ উৰি গুচি যাবলৈ মন যায়?

(ক) কুলিৰ সৰু সৰু পোৱালি কেইটাৰ

(খ) কবিৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ (খ) কবিৰ ।

৫। বছৰি বছৰি জনাই দিয়াহি বসন্ত আহিল বুলি। এই কথাষাৰ কোনে কৈছে?

(ক) কুলিয়ে

(খ) কবিয়ে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ(খ) কবিৰ ।

৬। বছৰি বছৰি কোনে জনাই দিয়ে যে বসন্ত আহিল বুলি?

(ক) কবিয়ে

(খ) কুলিয়ে

(গ) মানুহে

উত্তৰ(খ) কুলিয়ে ।

৭। কুলিৰ মাতত কি আছে ?

(ক) যাদু

(খ) মৰম

(গ) চেনেহ

উত্তৰ (ক) যাদু ।

৮। কুলিৰ সুৱদি মাত শুনি কাৰ হেপাহ নপলায়?

(ক) শ্ৰী শ্ৰী শংকৰদেৱৰ

(খ) সত্যনাথ বৰাৰ

(গ) কবিৰ

উত্তৰঃ (গ) কবিৰ

৯। বাৰে বাৰে শুনিবলৈ কবিয়ে কলৈ লৰি যায়?

(ক) বনলৈ

(খ) নৈ

(গ) পথাৰলৈ

উত্তৰঃ (ক) বনলৈ

১০। কুলিৰ বৰণ কি ?

(ক) হালধীয়া

(খ) ক’লা

(গ) মুগা

উত্তৰঃ ক’লা

১১। কুলিয়ে কি কালত গীত গায় ?

(ক) বসন্ত

(খ) শীত

(গ) শৰৎ

উত্তৰঃ (ক) বসন্ত

১২। কবিয়ে ঘৰৰ ফালে কেতিয়া পাহৰে ?

(ক) নৈ পাৰলৈ গৈ

(খ) কুলিৰ মাত শুনি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কুলিৰ মাত শুনি

১৩। হেঁপাহ শব্দৰ অৰ্থ কি ?

(ক) পাবলৈ বৰকৈ ইচ্ছা

(খ) হাবিয়াহ

(গ) হুতাহ

(ঘ) ওপৰৰ তিনিটাই হয়

উত্তৰঃ (ঘ) ওপৰৰ তিনিটাই হয়

১৪। ভাও শব্দৰ অৰ্থ কি ?

(ক) অংগি-ভংগি

(খ) নাচ-গান

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অংগি-ভংগি

১৫। ভূমূকি শব্দৰ অৰ্থ কি?

(ক) ভাল

(খ) বেয়া

(গ) খন্তেকৰ বাবে দেখা দিয়া

উত্তৰঃ (গ) খন্তেকৰ বাবে দেখা দিয়া

১৬। সুঁৱদি শব্দৰ অৰ্থ কি?

(ক) সোৱাদ থকা

(খ) শুনি ভাল লগা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটাই হয়

১৭। বসন্ত কালত গছ-লতাৰ ৰূপ কেনে হয়?

(ক) গছ-লতা ভাঙি যায়

(খ) নতুন ফুল-পাত ধৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নতুন ফুল-পাত ধৰে

১৮। বাব শব্দৰ অৰ্থ কি ?

(ক) পদবী

(খ) কৰবী

(গ) পুৰবী

উত্তৰঃ (ক) পদবী

১৯। পুথি-পাঁজি শব্দৰ অৰ্থ কি ?

(ক) বিয়া

(খ) সভা

(গ) কিতাপ

উত্তৰঃ (গ) কিতাপ

২০। সকাম শব্দৰ অৰ্থ কি?

(ক) সকাম

(খ) প্ৰয়োজন

(গ) নিকাম

উত্তৰঃ (খ) প্ৰয়োজন

Type by- Bikul Mandal