Class 5 Assamese Chapter 2 MCQ’s Sankardev School | অমাতৰ মাত | Class 5 Assamese Chapter 2 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-2

অমাতৰ মাত

১। ভাটৌটো নাম কি আছিল ?

(ক) বকত

(খ) মুনু

(গ) চুনু

উত্তৰঃ (ক) বকত।

২। ভাটৌটো কিনা কিমান বছৰ হল ?

(ক) এবছৰ

(খ) দুবছৰ

(গ) পাঁচ বছৰ

উত্তৰঃ (ক) এবছৰ।

৩। ভাটৌটো কিমান দামত কিনা হৈছিল ?

(ক) ৩০ টকাত

(খ) ১১ টকাত

(গ) ২৫ টকাত

উত্তৰঃ (খ) ১১ টকাত।

৪। মানুহতোৱে ভাটৌটো লগতে আৰু কি  আনিছিল ?

(ক) শহাপহু

(খ) বগা নিগনি, সৰু-ডাঙৰ চৰাই

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

৫। মুনমুনৰ বয়স কিমান বছৰ ?

(ক) দুবছৰ

(খ) সাতবছৰ

(গ) চাৰিবছৰ

উত্তৰঃ (গ) চাৰিবছৰ।

৬। মুনমুনৰ মাকৰ নাম কি ?

(ক) ৰীতা

(খ) মিনা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (গ) ইয়াৰ পৰা এটাও নহয়।

৭। ভাটৌটোৱে কি খায় ?

(ক) ভাত

(খ) চাহ

(গ) ৰুটি

উত্তৰঃ (ক) ভাত।

৮। উধাতু খাই কোন সোমাই আহিছিল ?

(ক) মুনমুন

(খ) মুনমনুৰ দেউতাক

(গ) মাক

উত্তৰঃ (ক) মুনমুন।

৯। অমাতৰ মাত পাঠটোৰ কবিৰ নাম কি ?

(ক) অতুলানন্দ গোস্বামী

(খ) হৰিনাৰায়ণ দত্তবৰুৱা

(গ) মিত্ৰদেৱ মহন্ত

উত্তৰঃ (ক) অতুলানন্দ গোস্বামী।

১০। বেপাৰীজনৰ পৰা মানুহটোৱে কি কিনিলে ?

(ক) শহাপহু

(খ) চৰাই

(গ) ভাটৌ

উত্তৰঃ (গ) ভাটৌ।

১১। ভাটৌ চৰাইটো কাৰ ?

(ক) ভনৰ

(খ) মুনমুনৰ

(গ) চুনুৰ

উত্তৰঃ (ক) ভনৰ।

১২। ঘৰখনৰ আটাইৰে উমৈহতীয়া চেষ্টা কি ?

(ক) ভাটৌটো বিক্ৰী কৰাৰ

(খ) ভাটৌটোক মাত শিকোৱাৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) ভাটৌটোক মাত শিকোৱাৰ।

১৩। সকলোৰে মুখত আপোনা-আপুনি কি নামটো ওলাইছিল ?

(ক) ভকত

(খ) বকত

(গ) চুনু

উত্তৰঃ (ক) ভকত।

১৪। চৰাইটোৱে কি মাত লগাই দিলে মুনমুনৰ আনন্দ উপচি পৰে ?

(ক) ‘কেঁট’কৈ তাৰ হুটা মাতটো লগাই দিলে

(খ) কথা ক’লে

(গ) এটাও নহয়

উত্তৰঃ (ক) ‘কেঁট’কৈ তাৰ হুটা মাতটো লগাই দিলে।

১৫। আলফুলে শব্দৰ অৰ্থ কি ? 

(ক) অতি সাৱধানে

(খ) দুখ নোপোৱাকৈ ৰখা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১৬। বিভক্তি কাক বোলে ?

(ক) চিহ্নক

(খ) শব্দত যোগ কৰা চিহ্নক

(গ) এটাও নহয়

উত্তৰঃ (খ) শব্দত যোগ কৰা চিহ্নক।

১৭। শেষত ভাটৌটোৱে কি কলে ?

(ক) ওলাই উৰি যাবলৈ লাগে

(খ) কিবা খাব দিব লাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) ওলাই উৰি যাবলৈ লাগে।

১৮। ‘ৰামৰ কিতাপ নাই’ এই বাক্য়টোৰ কোনটো শব্দত আৰু কি বিভক্তি যোগ হৈছে ?

(ক) না শব্দটোত ই বিভক্তি যোগ হৈছে

(খ) ৰাম শব্দটোত ৰ বিভক্তি যোগ হৈছে

(গ) এটাও নহয়

উত্তৰঃ (খ) ৰাম শব্দটোত ৰ বিভক্তি যোগ হৈছে।

১৯। চৰাইটোৰ লগত ভনে কিনা সঁজাটোৰ আকাৰ কেনেকুৱা ?

(ক) নিচেই সৰু

(খ) মজলীয়া

(গ) ডাঙৰ

উত্তৰঃ (ক) নিচেই সৰু।

২০। মাজে মাজে চৰাইটোৱে ________তাৰ নিজৰ ভাযাত ।

(ক) চিঞৰে

(খ) কথা কয়

(গ) এটাও নহয়

উত্তৰঃ (ক) চিঞৰে।

Type By- Subhas Nath