AJB Class 4 Assamese | Chapter 14 | মাধৱদেৱৰ গুৰুসেৱা | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী অসমীয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 14

মাধৱদেৱৰ গুৰুসেৱা

*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

দোণ = পাঁচ সেৰ শস্য ধৰা কাঠীৰে সজা এবিধ পাত্ৰ

ইকৰা = ঘৰৰ বেৰ দিয়া খাগৰিৰ নিচিনা কিন্তু তাতোকৈ সৰু এবিধ বন

নল = এবিধ ফোঁপোলা খাগৰি জাতিৰ তৃণ

পোহা = এখন মেলা হাতৰ তলুৱাৰ ঠোলা

পজালি = শুকাবৰ নিমিত্তে তলীতে তুলি থোৱা মাহ, সৰিয়হ আদিৰ

বেলেগ বেলেগ মুঠা বা সোপা

খোলা = কোনো কোৰ্য্যত ব্যৱহাৰ কৰিবলৈ চুৰুকি চিকুণুৱা ঠাই

জাৰণি = ডাঠ হাবি; কাঠনি

তাঁৰ = সৰু জৰী বা শলি

উখোৱা চাউল = সিজাই ৰ’দত শুকুওৱা ধানৰ কৰা কৰা চাউল

বকৰাণি = চন পৰি থকা মাটি

*পঢ়া আৰু বুজা:

তই  ৱই  ত্ব

শই  ৰই  ঊৱে  শ্ৰূ

জই  ঞই  জ্ঞ

কই  তই  ক্ত

[১] পঢ়া আৰু লিখা:

মহাপ্ৰয়াণ দায়িত্ব শুশ্ৰূষা যজ্ঞধাৰি

নিশ্চয় মাহ-প্ৰসাদ শ্ৰদ্ধা-ভক্তি প্ৰমাণ

[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) গুৰুজনাই ক’ত সৰিয়হ খেতি কৰিছিল?

উত্তৰঃ 

খ) গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে কি বুদ্ধিৰে তোলালে?

উত্তৰঃ 

গ) মাধৱদেৱে আই গোসাঁনীক চাৰিদোণ ধান কিয় বিচাৰিছিল?

উত্তৰঃ 

ঘ) গুৰুজনাৰ গা-ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল? তেওঁ এই ব্যৱস্থা কিয় ল’ব লগা হ’ল?

উত্তৰঃ 

[৩] পঢ়া আৰু লিখা:

ধানখেতি কৰা ঠাই =

মাহ খেতি কৰা ঠাই =

সৰিয়হখেতি কৰা ঠাই =

কঠীয়া সিঁচা ঠাই =

[৪] বুজা আৰু লিখা:

নাহৰ + অনি = হাবি + অনি = .

জাৰ + অনি = পদুম + অনি =

মাহ + অনি = কাঠ + অনি =

[৫] বাক্য ৰচনা কৰা:

শিষ্য,সেৱা-শুশ্ৰূষা,মন-কাণ,মাহ-প্ৰসাদ,উপবাস

[৬] তলৰ বিষয়বোৰৰ বিষয় আলোচনা কৰা:

ঝুমুৰা; গীত-ভটিম; বৰগীত; চৰিত-পুথি।

[৭] ভাবা আৰু উত্তৰ উলিওৱা:

ক) মাকে বৰশী বায়, পুতেকে সৰগ চায়।

উত্তৰঃ

খ) চিতপখিলা, তিনিমূৰ দহঠেং ক’ত দেখিলা?

উত্তৰঃ

গ) জগতক পালক চা মাজৰটো নকওঁ যা, শেষৰটো ল কোনে পাৰ ক।

উত্তৰঃ