AJB Class 4 Assamese | Chapter 16 | প্ৰেমচান্দ | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী অসমীয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 16

প্ৰেমচান্দ

*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

বাটকুৰি বা = বহুদূৰ খোজকাঢ়ি যা

ব্যাকুল = অতিশয় আকুল

সঁহাৰি = সমিধান; উত্তৰ

চুৰিয়া = পুৰুষে কঁকালত মেৰিয়াই খোঁচ মাৰি পিন্ধা নিচিলোৱা কাপোৰ; ধুতি

*পঢ়া আৰু বুজা:

বই  য়ই  ব্য

ৰই  দই  ৰ্দ

ষই  কই  ষ্ক

শই  ৰই  শ্ৰ

*বুজা আৰু লিখা:

বিখ্যাত  বাস্তৱ  সাহিত্য  সাহিত্যিক

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) চন্দ্ৰহাছানে ক’ৰ পৰা ক’লৈ বাটকুৰি বাই গৈছিল?

উত্তৰঃ 

খ) চন্দ্ৰহাছানে লিখকজনক লগ পাবলৈ কিয় ব্যাকুল হৈ পৰিছিল?

উত্তৰঃ

গ) চন্দ্ৰহাছানে লিখকজনৰ ঘৰৰ দুৱাৰৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই কি দেখিছিল?

উত্তৰঃ 

ঘ) “আপুনি বিচৰা মানুহজন এইজনেই”।–গেঞ্জীৰ ওপৰত পাঞ্জাৱী চোলা পিন্ধা মানুহজনে এইবুলি কোৱাত ডেকা কবি নাছাদ কিয় আচৰিত হৈ পৰিছিল?

উত্তৰঃ 

ঙ) চন্দ্ৰহাছানে সহায়ক বুলি ভবা মানুহজন প্ৰকৃততে কোন? তেওঁৰ প্ৰকৃত নামটো কি?

উত্তৰঃ 

[২] বাক্য ৰচনা কৰা:

ইঘৰ-সিঘৰ,কাগজ-কলম,ভয়-সংকোচ, সহজ-সৰল

[৩] পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা:

ক) ৰত্নাই ঘৰৰ দুৱাৰত   টুকুৰিয়াই দিলে।

খ) অমৃতাই    কৈ খটখটিৰে ওপৰলৈ বগাই গৈছে।

গ) ভয়তে মাৰ বুকখন   কৈ মাৰিছে।

ঘ) কলিংবেলৰ শব্দত   কৈ সাৰ পালোঁ।

ঙ) ভোকাতুৰ মানুহজনে   কৈ ভাতখিনি খাইছে।

[৪] বুজা আৰু লিখা:

সভা পতা গৃহ =

ৰজাৰ যি সভা =

উৰা যি জাহাজ =

দুষ্ট যি বুদ্ধি =

মৰু যি ভূমি =

শুক্ল যি পক্ষ =

কৃষ্ণ যি পক্ষ =

[৫] বুজা আৰু লিখা:

উপ + স্থিত =

উপ + স্থাপন =

উপ + গ্ৰহ =

উপ + আচাৰ =

উপ + কৃত =

[৬] এটা শব্দত প্ৰকাশ কৰা:

ক) স্বইচ্ছাৰে আনক সেৱা কৰিবলৈ আগ বাঢ়ি অহা লোক =

খ) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক =

গ) নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা লোক =

ঘ) আনৰ ভাল দেখিব নোৱৰা লোক =