AJB Class 4 Social Science | Chapter 5 | আকাশৰ কথা | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 5

আকাশৰ কথা

প্ৰশ্নাৱলীঃ

১। আকাশ বুলিলে কি বুজা ?

উত্তৰঃ

২। সৌৰজগতৰ গ্রহ কেইটা আৰু কি কি ? 

উত্তৰঃ

৩। সৌৰজগত বুলিলে কি বুজা ?

উত্তৰঃ

৪। গ্ৰহ কাক বােলে ? 

উত্তৰঃ

৫। উপগ্ৰহ কাক বােলে ? 

উত্তৰঃ

৬। নক্ষত্রমণ্ডল বুলিলে কি বুজা ?

উত্তৰঃ

৭ | উল্কা বুলিলে কি বুজা ? 

উত্তৰঃ

৮। বহু বছৰৰ মূৰে মূৰে আকাশত ওলােৱা এটা ধূমকেতুৰ নাম লিখা । 

উত্তৰঃ

৯। সপ্তর্ষিমণ্ডল কি ? 

উত্তৰঃ

১০। ধ্ৰুৱ তৰা কোন দিশত ওলায় ? 

উত্তৰঃ

১১। কোনটো গ্রহক ভােটা তৰা বুলি কোৱা হয় ? 

উত্তৰঃ

১২। জ্যোতিষ্ক বুলিলে কি বুজা ? 

উত্তৰঃ

১৩। আকাশখন কিয় নীলা দেখি ? 

উত্তৰঃ

১৪। দিগন্ত কি ? 

উত্তৰঃ

১৫। ৰামধেনু কি ? 

উত্তৰঃ

১৬। হাতীপটি বুলিলে কি বুজা ? 

উত্তৰঃ

১৭। অমাৱস্যাৰ লগত সম্পর্ক থকা দুটা উৎসৱৰ নাম লিখা ।

উত্তৰঃ

১৮। পূর্ণিমাৰ লগত সম্পর্ক থকা দুটা উৎসৱৰ নাম লিখা । 

উত্তৰঃ