AJB Class 4 Social Science | Chapter 6 | মানচিত্ৰ অধ্যয়ন | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 6

মানচিত্ৰ অধ্যয়ন

প্ৰশ্নাৱলীঃ

১। মানচিত্র কাক বােলে ? 

উত্তৰঃ

২। সাধাৰণ মানচিত্র কি ? 

উত্তৰঃ

৩। বিষয়ভিত্তিক মানচিত্র কাক বােলে ? 

উত্তৰঃ 

৪। বিশেষ মানচিত্র কাক বােলে ? 

উত্তৰঃ

৫। মানচিত্রত দেখুৱাব বিচৰা তথ্য অর্থাৎ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি কি ধৰণৰ মানচিত্র অংকন কৰা হয় ? 

উত্তৰঃ

৬। মানচিত্র অংকন কৰাৰ উদ্দেশ্য অনুসৰি মানচিত্রসমূহক কি কি ভাগত ভাগ কৰা হয় ? 

উত্তৰঃ

৭। মাপনী কাক বােলে ? মানচিত্র অংকন কৰাৰ বাবে মাপনী কিয় ব্যৱহাৰ কৰা হয় লিখা । 

উত্তৰঃ

৮। মানচিত্র অংকন কৰাৰ বাবে কিছুমান চিহ্ন কিয় ব্যৱহাৰ কৰা হয় ? এনে চিহ্নবােৰদ্বাৰা কি কি কথা বুজাব পাৰি লিখা । 

উত্তৰঃ

৯। মানচিত্র অধ্যয়ন কৰিলে উপকৃত হ’ব পৰা যিকোনাে পাঁচটা কথা লিখা । 

উত্তৰঃ