AJB Class 4 Social Science | Chapter 7 | আমাৰ দেশ ভাৰত | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 7

আমাৰ দেশ ভাৰত

প্ৰাশ্নাৱলীঃ

১। একোটিকৈ বাক্যত উত্তৰ লিখা । 

ক) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হােৱা ঠাইখনৰ নাম কি ?

উত্তৰঃ 

খ) পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ? 

উত্তৰঃ

গ) ব্রহ্মপুত্র উপত্যকা ভাৰতৰ কোনটো প্রাকৃতিক বিভাগৰ অন্তৰ্গত ? 

উত্তৰঃ

ঘ) উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা কি ? 

উত্তৰঃ

ঙ) ভাৰতীয় সংবিধানে বর্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে? 

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা । 

ক) থৰ মৰুভূমি   ৰাজ্যত অৱস্থিত ।

খ) সাগৰৰ পাৰে পাৰে   অঞ্চলটো অৱস্থিত । 

গ) দক্ষিণ ভাৰতৰ নর্মদা আৰু তাপ্তী নদী   সাগৰত পৰিছে । 

ঘ) ভাৰতত সকলাে ধর্ম সমান বাবেই ভাৰতক   ৰাষ্ট্ৰ বুলি কোৱা হয় । 

৩। উত্তৰ লিখা । 

ক) ভাৰত নামটো কেনেকৈ হ’ল লিখা । 

উত্তৰঃ

খ) ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম লিখা । 

উত্তৰঃ

গ) ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়  ? 

উত্তৰঃ

৪। কি, ক’ত আৰু কিয় বিখ্যাত লিখা। 

(ক) তাজমহল

উত্তৰঃ

(খ) নালন্দা

উত্তৰঃ

(গ) অজন্তা

উত্তৰঃ

(ঘ) ইলোৰা । 

উত্তৰঃ

৫। চমুটোকা লিখা ।

ক) ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চল । 

উত্তৰঃ

খ) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল । 
উত্তৰঃ

গ) ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন । 

উত্তৰঃ 

৬। ভাৰতৰ চাৰিসীমাটো লিখা । 

উত্তৰঃ 

৭। ভাৰতত প্ৰচলিত ধৰ্মসমূহৰ নাম লিখা । 

উত্তৰঃ

৮। ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি ? যিকোনো এটাৰ বিষয়ে বহলাই লিখা । 

উত্তৰঃ