AJB Class 4 Social Science | Chapter 8 | ভাৰতৰ স্বাধীনতা আন্দোলন | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 8

ভাৰতৰ স্বাধীনতা আন্দোলন

প্ৰশ্নাৱলীঃ 

১। পৰাধীন মানে কি ?

উত্তৰঃ 

২। স্বাধীনতা বুলিলে কি বুজা ? 

উত্তৰঃ

৩। বৰ্ণ-বিদ্বেষ বিৰোধী আন্দোলন মানে কি ? 

উত্তৰঃ

৪। প্ৰথম বিশ্বযুদ্ধ কোন চনত হৈছিল? 

উত্তৰঃ

৫। ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটো কোন চনত জন্ম/গঠিত হৈছিল ? 

উত্তৰঃ

৬। মহাত্মা গান্ধীয়ে কোন চনত জাতীয় কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ? 

উত্তৰঃ

৭। আন্দোলন কাক বোলে ? 

উত্তৰঃ

৮। গান্ধীজীৰ আন্দোলনৰ মূলমন্ত্ৰ কি ? 

উত্তৰঃ

৯। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ

১০। ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ?

উত্তৰঃ

১১। জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ মূল ইংৰাজ বিষয়া গৰাকীৰ নাম কি ? 

উত্তৰঃ

১২। অসহযোগ আন্দোলনৰ ওপৰত এটি টোকা লিখা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায় কৰি দিব) 

উত্তৰঃ

১৩। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ কি আছিল ? 

উত্তৰঃ

১৪। গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিবলৈ কি কাৰ্য্যসূচী গ্ৰহণ কৰিছিল? সেই আন্দোলনত মহাত্মা গান্ধীক সংগ দিয়া অসমীয়া স্বাধীনতা সংগ্ৰামীজনৰ নাম কি আছিল ? 

উত্তৰঃ

১৫। ভাৰত ত্যাগ আন্দোলনৰ কাহিনী চমুৱাই লিখা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায় কৰি দিব)

উত্তৰঃ