AJB Class 4 Social Science | Chapter 9 | কুটীৰ – শিল্প | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 9

কুটীৰ – শিল্প

প্ৰশ্নাৱলীঃ

১। উত্তৰ লিখা। 

ক) কুটীৰ শিল্প মানে কি ? 

উত্তৰঃ

খ) কেঁচামাল কাক বোলে ? 

উত্তৰঃ

গ) মৃৎ শিল্পৰ কেঁচামাল কি ?

উত্তৰঃ

ঘ) উৎপাদিত বস্তু কাক বােলে ? 

উত্তৰঃ

ঙ) অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত ?

উত্তৰঃ 

চ) অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা । 

উত্তৰঃ 

২। খালী ঠাই পূৰণ কৰা । 

ক) অসমৰ _______ পাট – মুগাৰ কাপােৰৰ বাবে সমগ্ৰ ভাৰতত বিখ্যাত । 

খ) ধুবুৰী জিলাৰ আশাৰীকান্দি _______ শিল্পৰ বাবে বিখ্যাত ।

গ) অসমৰ _______ মুখা শিল্পৰ বাবে বিখ্যাত । 

ঘ) ডলা, কুলা, চালনী আদি _______ শিল্পৰ উৎপাদিত বস্তু ।

ঙ) কুটীৰ শিল্পই প্রাকৃতিক পৰিৱেশ নষ্ট _______। 

৩। চাৰিবিধ অসমীয়া গহনাৰ নাম লিখা । 
উত্তৰঃ

৪। অসমৰ যিকোনাে দুবিধ কুটীৰ শিল্পৰ বিষয়ে লিখা । 

উত্তৰঃ

৫। কুটীৰ শিল্পৰ পাঁচোটা সুবিধা লিখা । 

উত্তৰঃ 

৬। কুটীৰ শিল্পই সন্মুখীন হােৱা সমস্যাবােৰৰ বিষয়ে চিন্তা কৰি চমুকৈ লিখা । 

উত্তৰঃ