AJB Class 5 Social Science | Chapter 2 | আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 2

আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ 

অনুশালনী

১। একোটিকৈ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া।

ক) কৃষি বা খেতি বুলিলে কি বুজা লিখাঁ।

উত্তৰঃ 

খ) মানৱ সভ্যতাৰ কোনটো যুগত অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি-কাষৰীয়া সমতল অঞ্চললৈ আহে?

উত্তৰঃ 

গ) কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল?

উত্তৰঃ

ঘ) কেতিয়া আৰু ক’ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল?

উত্তৰঃ 

ঙ) কিমান খ্ৰীষ্টাব্দৰপৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে?

উত্তৰঃ

চ) কিমান খ্ৰীষ্টাব্দৰপৰা গৰু, ম’হ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয়?

উত্তৰঃ 

ছ) কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল?

উত্তৰঃ 

২। শুদ্ধ নে অশুদ্ধ লিখাঁ।

ক) সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত অটা গুৰুত্বপীৰ্ণ কথা নহয়।

উত্তৰঃ 

খ) মাটিৰ বুকুত গছ-গছনী অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা।

উত্তৰঃ 

গ) কৃষি কাৰ্যত জন্তুক ব্যৱহাৰ কৰা কামটো বহু পিছতহে আৰম্ভ হয়।

উত্তৰঃ 

ঘ) গাঁৱৰ উৎপত্তিৰ লগে লগে  আদিম মনুহৰ জীৱন সু-সংগঠিত হৈ পৰিল।

উত্তৰঃ 

ঙ) কুমাৰৰ চাকত লো, পিতল ইত্যাদি ধাতুৰ বাচন-বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয়।

উত্তৰঃ 

৩। যথাযথভাৱে উত্তৰ দিয়া।

ক) আদিম মানুহে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল লিখাঁ।

উত্তৰঃ 

খ) আদিম মানুহে কেনে কেনে ধৰনৰ পৰিস্থিতিৰ মুখামুখী হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল?

উত্তৰঃ 

গ) আদিম মানুহে কৃষি কাৰ্যত সজুলি ব্যৱহাৰ কৰাৰ বিষয় চমুয়াই লিখাঁ।

উত্তৰঃ 

ঘ) আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল? ইয়াৰ ফলত তেওঁলোক কিদৰে উপকৃত হৈছিল লিখাঁ।

উত্তৰঃ 

ঙ) গাঁৱৰ উৎপত্তি কিদৰে হ’ল বৰ্ণনা কৰাঁ।

উত্তৰঃ

চ) চকাৰ আৱিষ্কাৰ আৰু গুৰুত্ব সম্পৰ্কে এটি বিৱৰণ লিখাঁ।

উত্তৰঃ