AJB Class 5 Social Science | Chapter 3 | ইতিহাস অধ্যয়ন | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 3

ইতিহাস অধ্যয়ন

অনুশীলনী

১। একোটাকৈ বাক্যত উত্তৰ লিখা।

ক) বুৰঞ্জী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ শব্দ লিখাঁ।

উত্তৰঃ 

খ) কোনজন ৰজাৰ দিনৰপৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল?

উত্তৰঃ 

গ) ‘ইতিহাস’ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ 

ঘ) ‘ইতিহাস’ শব্দৰ অৰ্থ লিখাঁ।

উত্তৰঃ 

ঙ) ছপাশাল (প্ৰিণ্টিং মেচিন) কোন চনত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ 

চ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম কি?

উত্তৰঃ 

২। খালী ঠাই পূৰ কৰাঁ।

ক) অসমৰ মধ্যযুগৰ বিষয় জানিবলৈ আহোমৰ ৰাজত্ব কালত লিখা             পুথিবোৰ পঢ়া দৰকাৰ।

খ)                 ত ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।

গ)                 ত বুৰজ্ঞীৰ ঘটনাবোৰৰ কাৰণ আৰু           ৰ বিষয় বহলাই আলোচনা কৰা হয়।

ঘ) পৃথিৱীৰ ইতিহাস                  ৰ ইতিহাস।

ঙ) ইতিহাসে সমাজৰ               ৰ কথা চালি-জাৰি চায়।

৩। অসমৰ ইতিহাসত কোনখিনি সময় মধ্যযুগ হিচাপে জনা যায়?

উত্তৰঃ

৪। আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল?

উত্তৰঃ 

৫। ইতিহাসে মানুহক সাৱধান আৰু সচেতন হোৱাত কেনেদৰে সহায় কৰে লিখাঁ।

উত্তৰঃ 

৬। ইতিহাস কাক বোলে? (২০-৩০টা শব্দৰ ভিতৰত)

উত্তৰঃ 

৭। বুৰঞ্জী সংজ্ঞা লিখাঁ। (২০-৩০টা শব্দৰ ভিতৰত)।

উত্তৰঃ 

৮। বুৰঞ্জী আৰু ইতিহাসৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে লিখাঁ। (৫০-১০০টা শব্দৰ ভিতৰত)।

উত্তৰঃ 

৯। ইতিহাস অধ্যয়ন কিয় প্ৰয়োজনীয় বৰ্ণনা কৰাঁ। (কমেও ২৫০-৩০০ শব্দৰ ভিতৰত)।

উত্তৰঃ