Class 4 Assamese Book Chapter 12 | আজৰি পৰৰ কাম | MCQs Short Question Answer SCERT School |

Chapter 12

আজৰি পৰৰ কাম

১। চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল ?

(ক) গৰমৰ বন্ধত

(খ) ঠাণ্ডা বন্ধত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গৰমৰ বন্ধত

২। গাঁৱত তেওঁলোকৰ কোন আছিল ?

(ক) মাহীয়েকৰ ঘৰ

(খ) মামাকৰ ঘৰ

(গ) ককাকৰ ঘৰ

উত্তৰঃ (গ) ককাকৰ ঘৰ

৩। চন্দন আৰু প্ৰীতম কাৰ লগত ককাকৰ ঘৰত গৈছিল ?

(ক) মাক-দেউতাকৰ লগত

(খ) মামা-মামীয়েকৰ লগত

(গ) মাহী-মহাকৰ লগত

উত্তৰঃ (ক) মাক-দেউতাকৰ লগত

৪। ককাকে ৰাতিপুৱা কি কৰে ?

(ক) ফুৰিবলৈ যায়

(খ) মুকলি বতাহ লয়

(গ) খোজকাঢ়ে

উত্তৰঃ (খ) মুকলি বতাহ লয়

৫। তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল ?

(ক) ট্ৰেইনত গৈছিল

(খ) জাহাজত গৈছিল

(গ) গাড়ীত গৈছিল

উত্তৰঃ (গ) গাড়ীত গৈছিল

৬। সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে ?

(ক) কথা পাতে

(খ) পঢ়া-শুনা কৰে

(গ) প্ৰাৰ্থনা কৰে

উত্তৰঃ (গ) প্ৰাৰ্থনা কৰে

৭। আজৰি সময়ত চন্দন আৰু প্ৰীতমে কাক সহায় কৰে ?

(ক) মাক-দেউতাকক

(খ) ককাক-আইতাকক

(গ) মাহী-মহাকক

উত্তৰঃ (ক) মাক-দেউতাকক

৮। সিহঁতৰ ঘৰৰ আগফাল চিকুণাই কি পাতিছে ?

(ক) গছপুলি ৰুইছে

(খ) শাকনি বাৰী

(গ) ফুলনি বাৰী

উত্তৰঃ (গ) ফুলনি বাৰী

৯। চন্দন আৰু প্ৰীতম ক’ৰলৈ আহিছে ?

(ক) গাঁৱৰ ঘৰলৈ

(খ) চহৰৰ ঘৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গাঁৱৰ ঘৰলৈ

১০। চন্দন আৰু প্ৰীতমে বন্ধৰ দিনত কেনেদৰে সময় কটাইছিল ?

(ক) নাচি

(খ) খেলি,শুই

(গ) গান গায়

উত্তৰঃ (খ) খেলি,শুই