Class 6 Computer Course Sankardev School | Chapter 4 | মাদাৰ বোৰ্ড  | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 4

মাদাৰ বোৰ্ড

১। ৰেম (RAM) ৰ সম্পূৰ্ণ নাম টো কি ? 

(ক)Graphics Card

(খ)Random Access Memory

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)Random Access Memory

২। বৰ্তমান বজাৰত বিভিন্ন কোম্পানীৰ দ্বাৰা কাম কৰা মাদাৰ বোৰ্ডৰ পৰা  কি পোৱা যায় ?

(ক)Via, Intel , Assus আদি

(খ)sound Card আদি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)Via, Intel , Assus আদি

৩। কম্পিউটাৰ চি. পি ইউটোৰ ভিতৰত এন কি গি থাকে ?

(ক)কেমেৰা

(খ)অডিঅ

(গ)বোৰ্ড

উত্তৰঃ (গ)বোৰ্ড

৪। মেমৰীয়ে কম্পিউটাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কামটো সমাধা—

(ক)নকৰে

(খ)কৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)কৰে

৫। মেমৰী কম্পিউটাৰ কি নামেৰে পৰিচিত ? 

(ক)Bit নামেৰে পৰিচিত

(খ)প্ৰাইমেৰী ষ্টোৰেজ নামেৰে পৰিচিত

(গ)ইয়াৰ ভিতৰত এয়াও নহয়

উত্তৰঃ (খ)প্ৰাইমেৰী ষ্টোৰেজ নামেৰে পৰিচিত

৬। কি কাৰ্ডৰ জৰিয়তে কম্পিউটাৰ শব্দ সংয়োজন কৰিব পাৰি ?

(ক)মেমৰী কাৰ্ড

(খ)চাউণ্ড কাৰ্ড

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)চাউণ্ড কাৰ্ড

৭। প্ৰাইমাৰী মেমৰী ভাগৰ ইয়াৰ তথ্যসমূহ অস্থায়ীভাৱে কি কৰি ৰাখিব পাৰি ?

(ক)Copy কৰি ৰাখিব পাৰি

(খ)Save কৰি ৰাখিব পাৰি

(গ)Cut কৰি ৰাখিব পাৰি

উত্তৰঃ (খ)Save কৰি ৰাখিব পাৰি

৮। কাৰ্ডখনৰ মাধ্যমেৰে মনিটৰ আৰু চি.পি ইউৰ মাজত সংযোজন ঘটোৱা ?

(ক)নহয়

(খ)হয়

(গ)ইয়াৰ ভিতৰতচ এটাও নহয়

উত্তৰঃ (খ)হয়

৯। কি কম্পিউটাৰৰ বহু পৰিমাণৰ তথ্য জমা কৰি ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে মনিটৰ দেখুৱাব পাৰে ?

(ক)ৰেম RAM

(খ)ভি জি. ত্ৰি VGA CARD

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)ৰেম RAM

১০। কম্পিউটাৰটো চলি থকা সময়ত ইয়াত তথ্য সমূহ সংৰক্ষিত হৈ ?

(ক)নাথাকে

(খ)থাকে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)থাকে

১১। কম্পিউটাৰ চি.পি.ইউৰ ভিতৰত এখন বোৰ্ড থাকে সেইখনৰ নাম কি ?

(ক)কি বোৰ্ড

(খ)মাদাৰ বোৰ্ড

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (খ)মাদাৰ বোৰ্ড

১২। কিহৰ ওপৰত নিৰ্ভৰ কৰি মাদাৰ বোৰ্ড এখন বাছনি কৰা হয় ?

(ক)হাৰ্ডৱেৰ আৰু চফটৱেৰ

(খ)অপাৰেটিং চিষ্টেমৰ

(গ)প্ৰচেছৰ আৰু ৰেমৰ

উত্তৰঃ (গ)প্ৰচেছৰ আৰু ৰেমৰ

১৩। প্ৰতিটো কোম্পানীৰ মাদাৰ বোৰ্ডৰ কিছুমান কি থাকে ?

(ক)সংস্কৰণ

(খ)মেমৰী

(গ)ৰেম

উত্তৰঃ (ক)সংস্কৰণ

১৪। কিহৰ দ্বাৰা মাদাৰ বোৰ্ডৰ ক্ষমতা জানিব পাৰি ?

(ক)চাউণ্ড কাৰ্ডৰ দ্বাৰা

(খ)বস্তুবোৰ দ্বাৰা

(গ)সংস্কৰণসমূহৰ নম্বৰৰ দ্বাৰা

উত্তৰঃ (গ)সংস্কৰণসমূহৰ নম্বৰৰ দ্বাৰা

১৫। চাউণ্ড কাৰ্ডৰ দ্বাৰা কি কৰিব পৰা যায় ?

(ক)বস্তুবোৰ সংৰক্ষণ কৰিব পাৰি

(খ)কম্পিউটাৰ কোনো এটা শব্দ শুনিব পাৰি

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)কম্পিউটাৰ কোনো এটা শব্দ শুনিব পাৰি

১৬। কম্পিউটাৰত যে বস্তুবোৰ সংৰক্ষণ কৰিব পাৰি তাক কি বুলি কোৱা হয় ?

(ক)প্ৰাইমেৰী ষ্টোৰেজ

(খ)ষ্টোৰেজ

(গ)ৰেম

উত্তৰঃ (ক)প্ৰাইমেৰী ষ্টোৰেজ

১৭। মেমৰীয়ে জমা হোৱা তথ্য়সমূহৰ হিচাপৰ একক কিহত প্ৰকাশ কৰা হয় ?

(ক)MB

(খ)GB

(গ)Bit

উত্তৰঃ (গ)Bit

১৮। কি মেমৰীত তথ্য়সমূহ স্থায়ীভাৱে সংৰক্ষিত কৰি ৰাখিব পাৰি ?

(ক)চেকেণ্ডেৰী মেমৰীত

(খ)প্ৰাইমাৰী মেমৰীত

(গ)মেমৰীত

উত্তৰঃ (ক)চেকেণ্ডেৰী মেমৰীত

১৯। ভি.জি.এ. কাৰ্ডখনৰ মাধ্য়মেৰে মনিটৰ আৰু চি.পি.ইউৰ মাজত কি কৰে ?

(ক)সংমিশ্ৰণ ঘটাই

(খ)সংযোজন ঘটাই

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা

২০। _______ কাৰ্ডৰ সহায়ত গ্ৰাফিক্সসমূহ স্পষ্টভাৱে মনিটৰত দেখা যায় ?

(ক)ভি.জি.এ

(খ)গ্ৰাফিক্স

(গ)ৰেম

উত্তৰঃ (ক)ভি.জি.এ