Class 4 Assamese Book Chapter 7 | ৰাতিপুৱা | Question Answer SCERT School

Chapter 7

ৰাতিপুৱা

পদ্যটো আবৃত্তি কৰোঁ আহা উত্তৰ দিয়া। 

(ক) পদ্যটোত সােণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?

উত্তৰঃ- 

(খ) ৰীণা , মীনা , বীণা সকলােৱে শুই উঠি কি কৰিছে ?

উত্তৰঃ-

(গ) পুৱাৰ বেলি ওলােৱা দিশটো কি ?

উত্তৰঃ- 

(ঘ) পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?

উত্তৰঃ- 

(ঙ) ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে ? 

উত্তৰঃ- 

(চ) কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? 

উত্তৰঃ-  

পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়?

উত্তৰঃ- 

বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোফাঁলৰ শব্দৰ লগত মিলাই লিখা।

শব্দ                             অৰ্থ 

গিৰিসাই          –     

ঘপৰাই            –       

এতেপৰ           –     

উলাহত            –   

কিছুপৰ         –         

ছেও ধৰি       –         

পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা।

উত্তৰঃ- 

উদাহৰণ পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা।

ক) প্ৰতিটো ডালতে – ডালে ডালে  – 

খ) প্ৰতিটো দিনতে – দিনে দিনে  –

গ) প্ৰতিটো ঘৰতে  – ঘৰে ঘৰে   –

ঘ) প্ৰতিটো পাততে – পাতে পাতে –

ঙ) প্ৰতিটো মাহতে – মাহে মাহে – 

চ) প্ৰতিটো বছৰতে  – বছৰে বছৰে –

ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা।

উত্তৰঃ- ক) কিতাপ –

              খ) কাম –

              গ) হিচাপ –  

              ঘ) বজাৰ –

             ঙ) ঘৰ   –   

তলৰ  শব্দবোৰ তেনেদৰে লিখোঁ আহা  –

উত্তৰঃ- 

বাক্য ৰচনা কৰা।

উত্তৰঃ- পুথিঃ- 

              মন থিৰঃ- 

              ৰঙা বেলিঃ- 

পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিওৱা

উত্তৰঃ 

নোহোৱা অৰ্থ প্ৰকাশ কৰা বাক্য়বোৰ হোৱা অৰ্থত সজাই লিখা।

(ক) চৰাই বোৰে বিধে বিধে গান নাগায়।

উত্তৰঃ 

(খ) ল’ৰা -ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নকৰে।

উত্তৰঃ  

(গ) ফুলে ফুলে মৌ-মখিয়ে মৌ পান নকৰে।

উত্তৰঃ