Class 4 Assamese Book Chapter 6 | দীঘল ঠেঙীয়া | Question Answer SCERT School

Chapter 6

দীঘল ঠেঙীয়া

উত্তৰ লিখা।

(ক) যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব। এই কথাষাৰ কোনে ভাবিছিল ?

উত্তৰঃ-  

(খ) এইটো বৰ কাটন গৰু,ইয়াকে নিব লাগিল’ —এইদৰে কোনে ভাবিছিল?

উত্তৰঃ- 
(গ) ‘এ প্রভু, দীঘল – ঠেঙীয়াই নেপায় যেন। এই কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ-

(ঘ) “ আমাকো পেঁপা – কঢ়াই পালে। —কোনে, কেতিয়া কৈছিল? 

উত্তৰঃ- 

‘ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নােৱাৰিম ।’প্রকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা।

উত্তৰঃ- 

বাঘটোৱে  চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভাবিছিল। দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল? 

উত্তৰঃ-  

উত্তৰ দিয়া। 

(ক) বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল?

উত্তৰঃ-  

(খ) বাঘবােৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল?

উত্তৰঃ- 

(গ) চোৰটোৱে অৱশেষত কেনেকৈ বাঘবােৰৰ হাতৰ পৰা ৰক্ষা পালে?

উত্তৰঃ- 

(ঘ) চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত ল’লে?

উত্তৰঃ- 

তলৰ শব্দসমূহৰ লগত অর্থৰ মিল থকা শব্দ বাকচৰ পৰা লৈ খালী ঘৰত লিখো আহা

উত্তৰঃ-চাং –
চেঙা –
ততমত – 

খৰাঁ –
অসহনীয়  –
কাটন  –
গলধন –

যুক্তাক্ষৰ গঠন কৰা।

জ্ৰ     জ +ৰ = জ্ৰ ন্ধ      ন   + ধ = ন্ধ শ্চ     শ   + চ = শ্চ ণ্ড      ণ    +  ড = ণ্ড  ।   

বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
দীঘল –
আন্ধাৰ –

পুৰণি   –

অসহায় –
বলী  –
ৰাতি –  
গভীৰ  –

বাক্য় ৰচনা কৰা।

(ক) চেঙা (গাত হাত দিবলৈ নিদিয়া অস্থিৰ তজবজীয়া জন্তু)

(খ) চেঙা (তপত, যেনে-চেঙা তেল)

(গ) চেঙা (এবিধ মাছ)– চেঙা 
(ঘ)চেঙালুটি (চেঙা মাছৰ দৰে কৰা লুটিয়া-লুটি, বেদনাত কৰা ধৰফৰ)
(ঙ) চেঙা-হিলৈ (আহোম ৰজাৰ দিনৰ এবিধ বন্দুক