Class 4 Assamese Book Chapter 9 | অসমৰ কাঁহ শিল্প | Question Answer SCERT School

Chapter 9

অসমৰ কাঁহ শিল্প

কোৱা আৰু লিখা।
(ক) অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল?

উত্তৰঃ- 

(খ) অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক’ত?

উত্তৰঃ-  

(গ) সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত?

উত্তৰঃ- 

(ঘ) পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়?

উত্তৰঃ- 

(ঘ) হাতী – খুজীয়া বাটি কি?

উত্তৰঃ- 

(ঙ) কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়?

উত্তৰঃ- 

(চ) কাঁহেৰে গঢ়া কেইবিধমান বাচন – বৰ্তনৰ নাম লিখা।

উত্তৰঃ- 

(ছ) কঁহাৰশাল মানে কি?

উত্তৰঃ- 

(জ) কঁহাৰশালত ব্যৱহাৰ হােৱা সঁজুলি কেইবিধমানৰ নাম লিখা।

উত্তৰঃ- 

তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুৱা ।

উত্তৰঃ-  কিন্তু  –    ন্তু    =

              সুন্দৰ   –    ন্দ    =

              বস্তু  –    স্তু    =

              শিল্প   –    ল্প    =   

              স্থায়ী   –    স্থ    =  

              আম্লান    –    ম্ল    =

              সূত্ৰ     – ত্ৰ   = 

              সন্ধিয়া  –  ন্ধ  = 

              আঞ্জা    –    ঞ্জ    =  

              ধ্ৱনি    –    ধ্ৱ    =

বাঁওফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে । বিচাৰি উলিয়াই কাঁড় চিনেৰে মিলােৱা । 

কাঁহৰ বাচন গঢ়া স্থান  –    

লােৰ সঁজুলি গঢ়া স্থান   –    

কাপােৰ বােৱা যতন  –        

ঢেঁকী ৰখা ঘৰ  –    

সদায়  জুই ধৰা ঠাই   –    

সৰিয়হ পেৰা যতন    –    

বাক্য় ৰচনা কৰাঃ

খা- খবৰঃ 

খা-খবৰ কৰঃ 

খা-খবৰ লঃ 

খা-খবৰ ৰাখঃ

হাত-মুখ ঃ 

হাত-মুখ ধোঃ 

টকা-পইচাঃ 

ধন-সোণঃ

কাষৰ বাকচৰ পৰা ক্ৰিয়া পদ আনি তলৰ বাক্যকেইটা পূৰ কৰা

উত্তৰঃ- 

মই ভাত   । 

ৰীণা সদায় স্কুললৈ  । 

আমটো মিঠা  

মইনাই ভালকৈ  ।  

ৰহিমৰ দাদাক ডিব্ৰগড়লত  । 

আমাৰ এখন খেলপথাৰ 

তলৰ বাক্য় কেইটাৰ ক্ৰিয়া পদত আঁচ টানা

*অম্লান আৰু অনন্য়া পেহিয়কৰ ঘৰলৈ আহিছে।

*ফৰিংখুটা জোনাকত আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে।

*অম্লান আৰু অনন্য়া পেহাকৰ লগত আগ চোতালত বহিল।

*এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে।

*অম্লানহঁতক পেহাকে কঁহাৰশললৈ লৈ গ’ল।