Class 4 Assamese Book Chapter 8 | বীৰাংগনা মূলাগাভৰু | Question Answer SCERT School

Chapter 8

বীৰাংগনা মূলাগাভৰু

(ক) 

• মূলাগাভৰু  কোন আছিল ?

উত্তৰঃ- 

• তেওঁৰ স্বামীৰ নাম কি ? 

উত্তৰঃ- 

• স্বামীৰ মৃত্যুত বিচলিত নহৈ তেওঁ কি প্রতিজ্ঞা কৰিছিল ?

উত্তৰঃ- 

• কাৰ অস্ত্রাঘাতত মূলাগাভৰুৰ মৃত্যু হৈছিল ?

উত্তৰঃ- 

(খ)  • তুর্বক কোন আছিল ? 

উত্তৰঃ-
• তেওঁ অসমলৈ কিয় আহিছিল ?

উত্তৰঃ- 

 • যুদ্ধক্ষেত্ৰত কি দেখি তুর্কবাহিনী বিস্মিত হৈছিল? 

উত্তৰঃ- 

• কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল ? 

উত্তৰঃ- 

(গ) • কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ- 
• কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় ? 

উত্তৰঃ- 

(ঘ) • কৱচ – কাপােৰ কি ?

উত্তৰঃ- 

• ইয়াক কেনেকৈ তৈয়াৰ কৰা হয় ? 

উত্তৰঃ- 

• মূলাগাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল?

উত্তৰঃ- 

(ঙ) 

• কোনজন আহােম ৰজাৰ দিনত তুর্বকে অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ- 

• সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায়? 

উত্তৰঃ-  

• তুর্বকৰ হাতত আঠজন প্রধান যােদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল ? 

উত্তৰঃ- 

• পাঠটোত মূলাগাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে ?

উত্তৰঃ- 

কোনে কেতিয়া আৰু কিয় কৈছিল কোৱা।

(ক) মই আৰু পলম কৰিব নোৱাৰোঁ। ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে। কৱচ – কাপোৰ নোহোৱাকৈয়ে মই  তুৰ্বকক ঘটুৱাব পাৰিম।

উত্তৰঃ 

(খ) ৰাতিটোৰ ভিতৰতে কৱচ-কাপােৰ বৈ-কাটি দিব নােৱৰাৰ বাবেহে মােৰ বঙহৰদেউৰ এনে দশা হ’ল। 

উত্তৰঃ 

এতিয়া তলৰ শব্দকেইটিৰ সমাৰ্থক শব্দ লিখোঁ আহা  –

ত্তৰঃ-

                বঙহৰদেউ    –    

                পত্নী    –  

                ৰণ    –  

                শোক    –  

                নদী    – 

বাক্য ৰচনা কৰা।

ত্তৰঃ- 

                থৈয়া – নথৈয়া –   

                প্ৰাণটাকি  – 

               দৃঢ়প্ৰতিজ্ঞা  –  

                মহীয়ান – 

                তুমুল – 

             চিৰস্মৰণীয় – 

            ভেটা – ভেটি  –