Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 13 | শিৱসাগৰলৈ যাত্ৰা | Environment Solution SCERT School

Chapter 13

শিৱসাগৰলৈ যাত্ৰা

১। মিলি আৰু জিন্টু কাৰ সৈতে ৰৈ আছিল ?

(ক) দেউতাকৰ

(খ) মাকৰ

(গ) খুৰাকৰ

উত্তৰঃ (খ) মাকৰ

২। মিলি আৰু জিন্টুৱে ক ‘লৈ গৈছিল  ?

(ক) শিৱসাগৰলৈ

(খ) গুৱাহাটীলৈ

(গ) এটাও নহয়

উত্তৰঃ (ক) শিৱসাগৰলৈ

৩। শিৱসাগৰত কাৰ ঘৰ আছিল ?

(ক) ককাকৰ

(খ) আইতাকৰ

(গ) মামাকৰ

উত্তৰঃ (খ) আইতাকৰ

৪। মিলি আৰু জিন্টুৱে আইতাকক কি শুনাবলৈ কৈছিল ?

(ক) সাধু

(খ) কাহিনী

(গ) এটাও নহয়

উত্তৰঃ (ক) সাধু

৫। সিঁহতে উঠিবলগীয়া লগীয়া ৰে’লৰখন যাবলৈ  কিমান মিনিট আছিল?

(ক) ৫০

(খ) ২০

(গ) ৩০

উত্তৰঃ (ক) ৫০

৬। সঘনাই ৰে’লত যোৱা যাত্ৰী নহলে কিমান সময়ৰ আগত ষ্টেচনত উপস্থিত হোৱা দৰকাৰ ?

(ক) ৬০ৰ পৰা ৭৫

(খ) ৪৫ৰ পৰা ৬৫

(গ) ৪৫ৰ পৰা ৬০

উত্তৰঃ (গ) ৪৫ৰ পৰা ৬০

৭। ষ্টেছনৰ পৰা সিঁহতে কিহেৰে আইতাকৰ ঘৰ পালেহি ?

(ক) ৰিক্সাৰে

(খ) খুজ কাড়ি

(গ) অট’ৰিক্সাৰে

উত্তৰঃ (গ) অট’ৰিক্সাৰে

৮। আইতাক হতৰ দিনত কিহৰ ব্য়ৱস্থা নাছিল  ?

(ক) পথৰ

(খ) যাতায়তৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) যাতায়তৰ

৯। আগৰ ৰজা সকলে কিহত উঠি যুদ্ধ কৰিছিল ?

(ক) হাতী, ঘোঁৰা

(খ) গৰু গাড়ী, ঘোঁৰাগাড়ী

(গ) এটাও নহয়

উত্তৰঃ (ক) হাতী, ঘোঁৰা

১০। বেলি মূৰৰ ওপৰ পোৱা মানে কি ?

(ক) ৰাতিপুৱা

(খ) ভাতিবেলা

(গ) দুপৰিয়া

উত্তৰঃ (গ) দুপৰিয়া

১১। আগৰ মানুহে কি চাই সময় কৈছিল ?

(ক) ঘড়ী চাই

(খ) বেলি চাই

(গ) এটাও নহয়

উত্তৰঃ (খ) বেলি চাই

১২। কাৰ গাড়ীত উঠি সিহঁতে কীৰ্তিচিহ্ন চাবলৈ গৈছিল ?

(ক) খুৰাকৰ

(খ) মামাকৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) মামাকৰ

১৩। শিৱসাগৰ চহৰৰ পুৰণি নাম কি ?

(ক) ৰংপুৰ

(খ) গৌৰিপুৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ৰংপুৰ

১৪। আহোম সকলৰ ৰাজধানী কি ?

(ক) ডিছপুৰ

(খ) ৰংপুৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) ৰংপুৰ

১৫। সিহঁতে ক’ৰ পৰা ৰে’লত উঠিছিল ?

(ক) গুৱাহাটীৰ

(খ) গুৱাহাটী পল্টন বজাৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) গুৱাহাটী পল্টন বজাৰ

১৬। তলৰ কোনটো আকাশী পথত চলা বাহন ? 

(ক) নাঁও

(খ) ঘোঁৰাগাড়ী

(গ) উৰাজাহাজ

উত্তৰঃ (গ) উৰাজাহাজ

১৭। ঘোঁৰাগাড়ী তলৰ কোনটো পথত চলে ?  

(ক) জলপথ

(খ) আলিবাট

(গ) ৰে’লপথ

উত্তৰঃ (খ) আলিবাট

১৮। আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল ? 

(ক) ঘড়ী চাই

(খ) বেলিটো চাই

(গ) এটাও নহয়

উত্তৰঃ (খ) বেলিটো চাই

১৯। আইতাকে কাক কাক  দুপৰীয়া ভাত খাবলৈ মাতিছিল ? 

(ক) কবিতা আৰু ৰাজ

(খ) মিলি আৰু জিণ্টু

(গ) এটাও নহয়

উত্তৰঃ (খ) মিলি আৰু জিণ্টু

২০। মিলি আৰু জিণ্টু দুপৰীয়াৰ আহাৰ খাবলৈ আহি কিছুমান পুৰণি দিনিয়া কি দেখিলে ।  

(ক) পুৰণি ঘৰ

(খ) পুৰণি কাঁহী-বাটি

(গ) এটাও নহয়

উত্তৰঃ (খ) পুৰণি কাঁহী-বাটি