Class 5 Environment Chapter 3 | অসমৰ সংস্কৃতি | MCQs Short Question Answer SCERT School |

Chapter 3

অসমৰ সংস্কৃতি

1. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা কি নৃত্য় সমগ্ৰ ভাৰততে সন্মান লাভ কৰিছে ?                                                  

(ক)দেউৰী নৃত্য়।

(খ)খেৰাই নৃত্য়।

(গ)সত্ৰীয়া নৃত্য়।

উত্তৰঃ (গ)সত্ৰীয়া নৃত্য়।

2. বৈশাগু আৰু খেৰাই পূজা কোনে পালন কৰে ?

(ক)কাৰ্বিসকলে।

(খ)বড়োসকলে।

(গ)মিচিংসকলে।

উত্তৰঃ (খ)বড়োসকলে।

3. ডিমাছাসকলৰ ঘাই উৎসৱ কি ?

(ক)ৰংকাৰ আৰু হেচ্ছা।

(খ)আলি-আই-লিগাং।

(গ)ৰাজিনীগাব্ৰা আৰু হানিগাব্ৰা।

উত্তৰঃ (গ)ৰাজিনীগাব্ৰা আৰু হানিগাব্ৰা।

4. কাৰ্বি জনজাতিৰ পুৰুষৰ সাজপাৰ কি কি ?

(ক)চইহংথৰ, চেলেং, প’হ।

(খ)ঠানা, টাগলা, ফাগা।

(গ)ৰিছা, ৰিমছাউ, গাইনথাউ।

উত্তৰঃ (ক)চইহংথৰ, চেলেং, প’হ।

5. অসমৰ স্থানীয় ভাষা কি ?

(ক)বাংলা।

(খ)অসমীয়া।

(গ)নেপালী।

উত্তৰঃ (খ)অসমীয়া।

6. অসমৰ মাটি কি খেতিৰ বাবে উপযোগী ?

(ক)মাহ খেতিৰ বাবে।

(খ)ধান খেতিৰ বাবে।

(গ)ঘেঁহু খেতিৰ বাবে।

উত্তৰঃ (খ)ধান খেতিৰ বাবে।

7. অসমীয়া সংস্কৃতিত অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকীৰ নাম কি ?

(ক) শ্ৰী শ্ৰী মাধৱদেৱ

(খ) শ্ৰীমন্ত শংকৰদেৱ

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ

উত্তৰঃ (খ) শ্ৰীমন্ত শংকৰদেৱ

8. তিৱা জনজাতিৰ মহিলাৰ সাজপাৰ কি কি ?

(ক)দখনা, ফালি।

(খ)ছচকাই, ফাচকাই।

(গ)এগে গাছৰ, ৰিবি গাছেং, গেৰ।

উত্তৰঃ (খ)ছচকাই, ফাচকাই।

9. প্ৰাচীন কালত ভাৰত তথা ভাৰতৰ বাহিৰৰ দেশৰ পৰা কোন কোন জনজাতি অসমলৈ আহিছিল ?

(ক) মোগলসকল।

(খ) অষ্ট্ৰিক, তিত্বতধৰ্মী আদি।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) অষ্ট্ৰিক, তিত্বতধৰ্মী আদি।

10. অসমৰ মানুহৰ প্ৰধান খাদ্য় কি ?

(ক) ৰুটি।

(খ) ভাত।

(খ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) ভাত।

11. আলি-আই-লিগাং কোন জনজাতিয়ে পালন কৰে ?

(ক)মিচিং জনজাতি।

(খ)দেউৰী জনজাতি।

(গ)ৰাভা জনজাতি।

উত্তৰঃ (ক)মিচিং জনজাতি।

 12. মিচিং জনজাতিৰ মহিলাৰ সাজপাৰ কি ?

(ক)পিনি, পেকক, ৱামকক, চেলেং।

(খ)এগে গাছৰ, ৰিবি গাছেং, গেৰ।

(গ)ৰিগু ৰিজাম্ফাই, ৰিখাউছা, জিচু।

উত্তৰঃ (খ)এগে গাছৰ, ৰিবি গাছেং, গেৰ।

13. বিহু কি উৎসৱ ?

(ক) ৰাষ্ট্ৰীয় উৎসৱ।

(খ) জাতীয় উৎসৱ।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) জাতীয় উৎসৱ।

14. জাতীয় উৎসৱৰ মাজেৰে জাতিৰ কি প্ৰতিফলন হয় ?

(ক) ঐতিহ্য়ৰ-সংস্কৃতি প্ৰতিফলন হয়।

(খ) সভ্য়তা-সংস্কৃতি প্ৰতিফলন হয়।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) সভ্য়তা-সংস্কৃতি প্ৰতিফলন হয়।

15. ওজাপালি আৰু পুতলানাচ কি সংস্কৃতিৰ নৃত্য় ?

(ক) অসমীয়া সংস্কৃতিৰ।

(খ) সভ্য়তা সংস্কৃতিৰ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) অসমীয়া সংস্কৃতিৰ।

16. পুতলা নাচৰ সহায়ত কি ৰূপায়ন কৰা হৈছে ?

(ক) সাধুকথা।

(খ) ৰামায়ণ মহাভাৰতৰ কাহিনী।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) ৰামায়ণ মহাভাৰতৰ কাহিনী।

17. ওজাপালি অসমৰ কি নৃত্য়ৰ অনুষ্ঠান ?

(ক) বিহু নৃত্য়ৰ।

(খ) গীত-নৃত্য়ৰ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) গীত-নৃত্য়ৰ।

18. ৰংকাৰ আৰু হেচ্ছা কোন জনজাতিয়ে পালন কৰে ?

(ক)কাৰ্বি জনজাতি।

(খ)বড়ো জনজাতি।

(গ)ডিমাছা জনজাতি।

উত্তৰঃ (ক)কাৰ্বি জনজাতি।

19. ৰাভাসকলে কি উৎসৱ পালন কৰে ?

(ক)বৈশাগীত।

(খ)আলি-আই-লিগাং।

(গ)বাইখো।

উত্তৰঃ (গ)বাইখো।

20. অসমীয়া সংস্কৃতি বুলিলে কি বুজা ?

(ক)এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা নোযোৱাকে অসমীয়া সংস্কৃতি বোলে।

(খ) এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা যোৱাকে অসমীয়া সংস্কৃতি বোলে।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা যোৱাকে অসমীয়া সংস্কৃতি বোলে।