Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 7 | আমাৰ সামাজিক অনুষ্ঠান | Environment Solution SCERT School

Chapter 7

আমাৰ সামাজিক অনুষ্ঠান

১। পুথিভঁৰালৰ পৰা কিতাপ আনি কি কৰিব লাগে?

(ক) সাচি থৱ লাগে

(খ) পঢ়িব লাগে

(গ) পেলাই দিব লাগে

উত্তৰঃ (খ) পঢ়িব লাগে

২। তলত দিয়া কোনটো কাম আৰক্ষীয়ে কৰে?

(ক) দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে

(খ) চিকিৎসা কৰে

(গ) মন্দিৰত পূজা কৰে

উত্তৰঃ (ক) দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে

৩। বিদ্য়ালয়ত লিখা-পঢ়াৰ উপৰি তলত দিয়া কোনটো হয়?

(ক) খেলা-ধূলা

(খ) অকল পঢ়াই

(গ) অকল খেলাই

উত্তৰঃ (ক) খেলা-ধূলা

৪। ৰোগীৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে কি পাতি দিয়া হয়?

(ক) আৰক্ষী চকী

(খ) চিকিৎসালয়

(গ) ডাক-ঘৰ

উত্তৰঃ (খ) চিকিৎসালয়

৫। ডাক-ঘৰৰ চিঠি-পত্ৰ, টকা-পইচা আদি বিলোৱা মানুহজনক কি বোলে?

(ক) পিয়ন

(খ) আৰক্ষী

(গ) ডাক্তৰ

উত্তৰঃ (ক) পিয়ন

৬। ডাক-ঘৰৰ যোগেদি টকা পইচা আদান প্ৰদান কৰিব পাৰিনে?

(ক) পাৰে

(খ) নোৱাৰে

(গ) নোৱাৰে, পাৰে

উত্তৰঃ (ক) পাৰে

৭। ডাক-ঘৰৰ সকলোবোৰ কাম চোৱা-চিতা কৰা মানুহজনক কি বুলে?

(ক) ডাকোৱাল

(খ) পোষ্টমাষ্টৰ

(গ) ডাক্তৰ

উত্তৰঃ (খ) পোষ্টমাষ্টৰ

৮। ‘আমাৰ সামাজিক অনুষ্ঠান’ নামৰ পাঠটিত থকা বিদ্য়ালয়খনৰ নাম কি?

(ক) প্ৰাথমিক বিদ্য়ালয়

(খ) মাধ্য়মিক বিদ্য়ালয়

(গ) উচ্চতৰ বিদ্য়ালয়

উত্তৰঃ (ক) প্ৰাথমিক বিদ্য়ালয়

৯। পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াটো।

(ক) ভাল অভ্য়াস

(খ) বেয়া অভ্য়াস

(গ) এটাও নহয়

উত্তৰঃ (ক) ভাল অভ্য়াস

১০। আলিবাট যান-বাহন আদি নিয়ন্ত্ৰণ আদি কামত কোনে সহায় কৰে?

(ক) আৰক্ষীয়ে

(খ) ডাক্তৰে

(গ) পিয়নে

উত্তৰঃ (ক) আৰক্ষীয়ে

১১। শৌচ-প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱঘৰ ?

(ক) নাই

(খ) আছে

(গ) এটাও নহয়

উত্তৰঃ (খ) আছে

১২। আমি চৌহদত গছ-গছনি ৰুব ? 

(ক) লাগে

(খ) নালাগে

(গ) এটাও নহয়

উত্তৰঃ (ক) লাগে

১৩। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্য়ৱহাৰ কৰিলে প্ৰদূষণৰ পৰা হাত সাৰিব ? 

(ক) নোৱাৰি

(খ) পাৰি

(গ) এটাও নহয়

উত্তৰঃ (খ) পাৰি

১৪। গাড়ী-মটৰ কমকৈ ব্য়ৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা ? 

(ক) নাযায়

(খ) যায়

(গ) এটাও নহয়

উত্তৰঃ (খ) যায়

১৫। জোৰেৰে বলা বতাহক কি বোলে ?

(ক) পচুৱা বতাহ

(খ) ধুমুহা বতাহ

(গ) মৌচুমী বতাহ

উত্তৰঃ (খ) ধুমুহা বতাহ

Type by : Pompi Hazarika