Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 8 | আমাৰ উৎসৱসমূহ | Environment Solution SCERT School

Chapter 8

আমাৰ উৎসৱসমূহ

১। অসমখন কি প্ৰধান ৰাজ্য়?

(ক) কৃষি প্ৰধান

(খ) ঘেহু প্ৰধান

(গ) শৰিয়হত প্ৰধান

উত্তৰঃ (ক) কৃষি প্ৰধান

২। তলত দিয়া কোনটো উৎসৱ কৃষিৰ লগত জড়িত?

(ক) অসমৰ বিহু

(খ) কলকাতাৰ বিহু

(গ) আমেৰিকাৰ উৎসৱ

উত্তৰঃ (ক) অসমৰ বিহু

৩। অসমৰ জাতীয় উৎসৱ কি?

(ক) খেল-ধেমালি

(খ) বিহু

(গ) পূজা

উত্তৰঃ (খ) বিহু

৪। বিহুক কি উৎসৱ বুলি গণ্য় কৰা হয়?

(ক) কৃষিভিত্তিক

(খ) ঘেহু ভিত্তিক

(গ) এটাও নহয়

উত্তৰঃ (ক) কৃষিভিত্তিক

৫। কোনদিনাখনৰ পৰা বিহু আৰম্ভ হয়?

(ক) চ’ত মাহৰ শেষৰ দিনাখনৰ পৰা

(খ) বহাগ মাহৰ শেষৰ দিনাখনৰ পৰা

(গ) কাতি মাহৰ প্ৰথম দিনাখনৰ পৰা

উত্তৰঃ (ক) চ’ত মাহৰ শেষৰ দিনাখনৰ পৰা

৬। বহাগ বিহু কেইদিনলৈ চলে?

(ক) ৭ দিনলৈ

(খ) ৩ দিনলৈ

(গ) ১ দিন

উত্তৰঃ (ক) ৭ দিনলৈ

৭। বিহু প্ৰথমদিনাখন মানুহে কি বিহু বুলি কয়?

(ক) গৰু বিহু

(খ) মানুহৰ বিহু

(গ) ম’হৰ বিহু

উত্তৰঃ (ক) গৰু বিহু

৮। কাতি বিহু কেতিয়া পালন কৰা হয়?

(ক) বহাগৰ সংক্ৰান্তিত

(খ) চ’তৰ সংক্ৰান্তিত

(গ) কাতি মাহৰ সংক্ৰান্তিত

উত্তৰঃ (গ) কাতি মাহৰ সংক্ৰান্তিত

৯। মাঘ বিহু কেতিয়া পালন কৰা হয়?

(ক) পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা

(খ) মাঘ মাহৰ সংক্ৰান্তিৰ দিনা

(গ) পুহ মাহৰ সংক্ৰান্তিৰ দিনা

উত্তৰঃ (ক) পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা

১০। ভেলাঘৰ কোনটো বিহুত সাজে?

(ক) মাঘ বিহুত

(খ) কাতি বিহুত

(গ) বহাগ বিহুত

উত্তৰঃ (ক) মাঘ বিহুত

১১। ‘ওনাম উৎসৱ ‘কত পালন কৰা হয়?

(ক) কেৰেলা ৰাজ্য়ত

(খ) তামিলনাডুত

(গ) উৰিষ্য়াত

উত্তৰঃ (ক) কেৰেলা ৰাজ্য়ত

১২। ওনাম উৎসৱ কি মাহত পালন কৰা হয়?

(ক) শাওন-ভাদত

(খ) ভাদ-আহিনত

(গ) আহিন-কাতিত

উত্তৰঃ (ক) শাওন-ভাদত

১৩। ওনাম উৎসৱ কেইদিনলৈ চলে?

(ক) দহদিনলৈ চলে

(খ) বাৰ দিনলৈ

(গ) তেৰ দিনলৈ চলে

উত্তৰঃ (ক) দহদিনলৈ চলে

১৪। পোংগল উৎসৱ কত পালন কৰা হয়?

(ক) তামিলনাডুত

(খ) হাইলাকান্দিত

(গ) কলকাতাত

উত্তৰঃ (ক) তামিলনাডুত

১৫। মিছিং জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে?

(ক) বৈশাগু

(খ) আলি-আয়ে-লৃগাং

(গ) বায়খো

উত্তৰঃ (খ) আলি-আয়ে-লৃগাং

১৬। ঈদ কোন জাতীৰ লোকে পালন কৰে?

(ক) অসমীয়া জাতী লোকে

(খ) ইছলামধৰ্মী লোকে

(গ) বড়ো লোকে

উত্তৰঃ (খ) ইছলামধৰ্মী লোকে

১৭। ঈদ কেইটা?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰঃ (ক) ২ টা

১৮। ঈদত কি পঢ়ে?

(ক) গ্ৰন্থ পঢ়ে

(খ) আলোচনী পঢ়ে

(গ) নামাজ পঢ়ে

উত্তৰঃ (গ) নামাজ পঢ়ে

১৯। বৌদ্ধধৰ্মৰ প্ৰবৰ্তক কোন?

(ক) শ্ৰী মন্ত শংকৰদেৱ

(খ) মাধৱদেৱ

(গ) বুদ্ধদেৱ

উত্তৰঃ (গ) বুদ্ধদেৱ

২০। বুদ্ধ পূৰ্ণিমা কোন লোকে পালন কৰে?

(ক) বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে

(খ) বড়ো লোকসকলে

(গ) কাৰ্বি লোকসকলে

উত্তৰঃ (ক) বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে

Type by : Pompi Hazarika