Class 4 Social Science Chapter 10 MCQ’s Sankardev School | আমাৰ দেশৰ সংস্কৃতি | Class 4 Social Science Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 10

আমাৰ দেশৰ সংস্কৃতি

১।বৰ্তমান ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা?

(ক) ২১ টা

(খ) ২২ টা

(গ) ২৩ টা

উত্তৰ- (খ) ২২ টা ।

২। ভাৰতৰ জীৱিত ভাষাবোৰৰ ভিতৰত  আটাইতকৈ পুৰণি ভাষা কি?

(ক) হিন্দী, মৈথিলী

(খ) মাৰাঠী, পঞ্জৱী

(গ) তামিল, সংস্কৃত

উত্তৰ- (গ) তামিল, সংস্কৃত ।

৩। সিন্ধু ধৰ্ম প্ৰাচীন কালৰপৰা চলি অহাৰ বাবে ইয়াক কি ধৰ্ম বুলি কোৱা হয়?

(ক) সনাতন

(খ) তেলুগু

(গ) তামিল

উত্তৰ- (ক) সনাতন ।

৪। জৈন ধৰ্মৰ মহাপুৰুষ বা পথ প্ৰদৰ্শকসকলক কি বোলা হয়?

(ক) সনাতন

(খ) তীৰ্থংকৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) তীৰ্থংকৰ ।

৫। জৈন ধৰ্মৰ তীৰ্থংকৰ কেইজন আছিল?

(ক) ২৬

(খ) ২৫

(গ) ২৪

উত্তৰ- (গ) ২৪ ।

৬। ইছলাম ধৰ্মৰ ধৰ্মপুথিখনৰ নাম কি?

(ক) কোৰান

(খ) শ্বৰিফ

(গ) কোৰান শ্বৰিফ

উত্তৰ- (গ) কোৰান শ্বৰিফ ।

৭। খ্ৰীষ্টান ধৰ্ম জনসংখ্য়াৰ ফালৰপৰা কেই নম্বৰ বৃহৎ ধৰ্ম?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) তৃতীয়

উত্তৰ- (গ) তৃতীয় ।

৮। মানুহৰ সমগ্ৰ জীৱনধাৰাক কি বোলা হয়?

(ক) সাহিত্য়

(খ) নৃত্য়

(গ) সংস্কৃতি

উত্তৰ- (গ) সংস্কৃতি ।

৯। ভাৰতীয় সভ্য়তাৰ আদি গ্ৰন্থ বেদ কেইখন?

(ক) তিনিখন

(খ) চাৰিখন

(গ) পাঁচখন

উত্তৰ- (খ) চাৰিখন ।

১০। গুপ্ত যুগক ভাৰতীয় কলাক কি বুলি কোৱা হয়?

(ক) গুহাচিত্ৰই

(খ) সুৱৰ্ণ যুগ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) সুৱৰ্ণ যুগ ।

Type Bikul Mandal