Class 4 Social Science Chapter 11 MCQ’s Sankardev School | ভাৰতৰ সংস্কাৰ আন্দোলন | Class 4 Social Science Chapter 11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 11

ভাৰতৰ সংস্কাৰ আন্দোলন

১। ব্ৰিটিছ শাসনৰ সনয়ত ভাৰতৰ সমাজত কু-প্ৰথাৰ প্ৰচলন আছিল। ইয়াৰ ভিতৰত এটাৰ নাম কোৱা?

(ক) স্ত্ৰী শিক্ষাত গুৰুত্ব দিয়া

(খ) বাল্য় বিবাহ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) বাল্য় বিবাহ ।

২। কিমান চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ স্থাপন কৰিছিল?

(ক) ১৯৩১

(খ) ১৯২৫

(গ) ১৮২৮

উত্তৰ- (গ) ১৮২৮ ।

৩। কিমান চনৰ মহাৰাষ্ট্ৰৰ পুণে চহৰত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ কাৰণে পৃথক বিদ্য়ালয় স্থাপন কৰা হৈছিল?

(ক) ১৯১৬

(খ) ১৯২৫

(গ) ১৯২৭

উত্তৰ- (ক) ১৯১৬ ।

৪। কিমান চনত কেশৱ চন্দ্ৰ সেনৰ চেষ্টাত প্ৰাৰ্থনা সমাজ গঠিত হৈছিল?

(ক) ১৯৭০

(খ) ১৮৯৮

(গ) ১৮৬৭

উত্তৰ- (গ) ১৮৬৭ ।

৫। কিমান চনত স্বামী দয়ানন্দ সৰস্বতীৰ চেষ্টাত আৰ্য সমাজ স্থাপিত হৈছিল?

(ক) ১৯৫২

(খ) ১৮৭৫

(গ) ১৯৮১

উত্তৰ- (খ) ১৮৭৫ ।

৬। কিমান চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল?

(ক) ১৯৮০

(খ) ১৯৬২

(গ) ১৮৯৬

উত্তৰ- (গ) ১৮৯৬ ।

৭। দয়ানন্দ সৰস্বতী সংস্কৃতৰ এগৰাকী কি আছিল?

(ক) মুখ্য় পণ্ডিত

(খ) বিদগ্ধ পণ্ডিত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) বিদগ্ধ পণ্ডিত ।

৮। স্বামী বিবেকানন্দৰ মতে মানুহক ভালপোৱাই হ’ল?

(ক) গছ-গছনিক ভাল পোৱা

(খ) ঘৰ-দুৱাক ভাল পোৱা

(গ) ঈশ্বৰক ভাল পোৱা

উত্তৰ- (গ) ঈশ্বৰক ভাল পোৱা ।

৯। তেওঁ যি বাণী প্ৰচাৰ কৰিছিল সেই বাণীয়ে তেওঁক সকলো দেশতে  কি কৰি তুলিছিল?

(ক) জনপ্ৰিয়

(খ) অজনপ্ৰিয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (ক) জনপ্ৰিয় ।

১০। ভাৰতৰ বিভিন্ন ঠাইত ৰামকৃষ্ণ মিছন স্থাপন হোৱাৰ উপৰি আৰু কত স্থাপন হৈছিল?

(ক) ঘৰে-ঘৰে

(খ) বিদেশত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ- (খ) বিদেশত ।

Type by- Bikul Mandal