Class 5 Assamese Chapter 1 MCQ’s Sankardev School | মৰমৰ আই | Class 5 Assamese Chapter 1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-1

মৰমৰ আই

১। তোমাক সৰুতে কোনো ডাঙৰ-দীঘল কৰিছিল ?

(ক) আই

(খ) মামা

(গ) আইতা

উত্তৰঃ (ক) আই।

২। আই শব্দ অৰ্থ কি?

(ক) পিতাই

(খ) ককা

(গ) মা

উত্তৰঃ (গ) মা।

৩। মাকে সৰু  ল’ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীতবোৰ নাম কি ?

(ক) নিচুকনি গীত

(খ) বৰগীত

(গ) লোক গীত

উত্তৰঃ (ক) নিচুকনি গীত।

৪। সৰুতে তোমাক কোনে নিচুকাইছিল ?

(ক) মামা

(খ) আইতা

(গ) মা

উত্তৰঃ (গ) মা।

৫। সিজনাক বুলি কাক বুজোৱা হৈছিল ?

(ক) বায়েক

(খ) মায়েক

(গ) ভায়েক

উত্তৰঃ (খ) মায়েক।

৬। চেনেহৰ চকুপানী ধাৰেৰে বোৱাই কোনে তোমাক বুকুত শুৱাই ৰাখিছিল  ?

(ক) ককা

(খ) মা

(গ) মাহী

উত্তৰঃ (খ) মা।

৭। অ’ত ত’ত থিয় দিওঁতে শিশুটি পৰিলে মাকে তাক কেনেদৰে  নিচুকায়  ?

(ক) নাম গুণ গাই

(খ) লোক গীত গাই

(গ) বৰগীত গাই

উত্তৰঃ (ক) নাম গুণ গাই।

 ৮। মৰমৰ আইক  আমি কিয় পাহৰিব নোৱাৰো ?

(ক) ভাল কাৰণে

(খ) বেয়া

(গ) পূজনীয়া আই

উত্তৰঃ (গ) পূজনীয়া আই।

 ৯। স্নেহ  শব্দ অৰ্থ কি ?

(ক) চেনেহ, মৰম

(খ) খং

(গ) দূখ

উত্তৰঃ (ক) চেনেহ, মৰম।

১০। অসীম শব্দ অৰ্থ কি ?

(ক) সীমা নথকা

(খ) সীমা হীন

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

১১। মৰমৰ আই কবিতাটি কোনে ৰচনা কৰিছিল ?

(ক) আনন্দচন্দ্ৰ আগৰৱালা

(খ) বিষয় চন্দ্ৰ বিশ্বাসী

(গ) এটাও নহয়

উত্তৰঃ (ক) আনন্দচন্দ্ৰ আগৰৱালা।

১২। নৰিয়া শব্দৰ অৰ্থ কি ?

(ক) লালন-পালন

(খ) বেমাৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) বেমাৰ।

১৩। আয়ে মোক ___________ ডাঙৰ কৰিছে ।

(ক) নাম-গুন গাই

(খ) তুলি-তালি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) তুলি-তালি।

১৪। অসীম শব্দৰ অৰ্থ কি ?

(ক) সীমা নথকা

(খ) সুমধুৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) সীমা নথকা।

১৫। নিচুকনি গীত মানে কি ?

(ক) সৰু ল’ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীত

(খ) মানুহৰ মুখে মুখে চলি অহা পুৰণি গীত

(গ) এটাও নহয়

উত্তৰঃ (ক) সৰু ল’ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীত।

১৬। চেনেহৰ চকুপানী __________ বোৱাই,

(ক) নদীৰ দৰে

(খ) ধাৰেৰে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) ধাৰেৰে।

১৭। কবিৰ মতে পূজনীয় মৰমৰ আই কোন ?

(ক) মা

(খ) বা

(গ) আইতা

উত্তৰঃ (ক) মা।

১৮। মাকে সন্তানক কিমান মৰম কৰে ?

(ক) সীমাহীন

(খ) অসীম

(গ) এটাও নহয়

উত্তৰঃ (খ) অসীম।

১৯। তলৰ কোনটো শুদ্ধ-

(ক) কেনেকঈ

(খ) কেনেকই

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়।

২০। একেথিৰে শব্দৰ অৰ্থ কি ?

(ক) একে থিতাতে

(খ) হঠাৎ

(গ) লৰচৰ নকৰা

উত্তৰঃ (গ) লৰচৰ নকৰা।

Type by- Subhas Nath