১।  কণিকা এগৰাকী কি মহিলা ?

1 point

শিক্ষিতা মহিলা

ডক্তৰ

ইয়াৰ পৰা এটাও নহয়

২। কণিকা ঘৰ ক’ত ?

1 point

গুৱাহাটী

ঘগ্ৰাপাৰত

নগাঁও

৩। কণিকা ক’ত চাকৰি কৰে ?

1 point

মালিগাঁৱত

মৰিগাঁওত

ইয়াৰ পৰা এটাও নহয়

৪। কণিকা হতৰ ঘৰত কোন কোন আছে ?

1 point

মাক-দেউতাক আৰু ভন্টি

মাক আৰু সৰু ভায়েক আছে

ইয়াৰ পৰা এটাও নহয়

৫। কণিকাৰ টোপোলাটোৰ ভিতৰত কি  আছিল ?

1 point

বিস্কুট

চানা

মিঠাই

৬। শৰাইঘাট দলং ক’ত আছে ?

1 point

মৰিগাঁওত

নগাঁওত

ইয়াৰ পৰা এটাও নহয়

৭। কণিকাই  কাৰ্যালয়লৈ কিহেৰে অহা-যোৱা কৰে ?

1 point

চাইকেলেৰে

ৰে’লগাড়ীয়ে

ইয়াৰ পৰা এটাও নহয়

৮। ৰে’লগাড়ীখনত  মানুহ বহাৰ ভিতৰতো ভদ্ৰলোকজনত ক’ত বহি আছিল ?

1 point

বেঞ্চখনত

চকীত

ইয়াৰ পৰা এটাও নহয়

৯।  কবিতাটোৰ কবি জনৰ নাম কি ?

ড’জয়কান্ত শৰ্মা

দেৱকান্ত বৰুৱা

নৱকান্ত বৰুৱা

১০। কণিকাৰ কিয় খং উঠিছিল ?

কণিকা পইটা হেৰাইছিল বাবে

কণিকাৰ পৰা ভদ্ৰলোকজনে বিস্কুট খোৱা বাবে

ইয়াৰ পৰা এটাও নহয়

১১। কণিকাক বহিবলৈ  কোনে ঠাই উলিয়াই দিছিল ?

ভদ্ৰলোক জনে

সৰু ছোৱালী এজনীয়ে

ইয়াৰ পৰা এটাও নহয়

১২। বেঞ্চখনত কোন বহি আছিল ?

চাৰিজন বয়সীয়া লোক বহি আছিল

ছোৱালী এজনী বহি আছিল

ইয়াৰ পৰা এটাও নহয়

১৩। ৰেলখন আহিবলৈ কিমান ঘন্টা  সময় লাগে ?

১ ঘন্টা সময় লাগে

আধা ঘন্টা সময় লাগে

২ ঘন্টা সময় লাগে

১৪। কনিকা কি  লাগিছিল ?

ভোক আৰু পিয়াহ লাগিছিল

ভোক আৰু ভাগৰ লাগিছিল

ইয়াৰ পৰা এটাও নহয়

১৫।  কনিকা কি লাগিছিল ?

লাজ লাগিছিল

ভয় লাগিছিল

ইয়াৰ পৰা এটাও নহয়

১৬। কণিকাই কি কৰে ?

এটা চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে

এটা বে-চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে

এটাও নহয়

১৭। কণিকাই ভাগ্যে ক’ত বহিবলৈ পাইছিল ?

শেষৰ ডবাটোত

শেষৰ ডবাটোৰ খিৰিকিখনৰ ওচৰত

সমুখৰ ডবাটোৰ খিৰিকিখনৰ ওচৰত

১৮। কণিকাই পানীৰ বটলটো মোনাটোৰ পৰা উলিয়াওটে হাতত কি লাগিছিল ?

পানীৰ বটল কেইটা

বিস্কুটৰ টোপোলাটো

ওপৰৰ দুয়োটা

১৯। কণিকাৰ ভদ্ৰলোকজনৰ ওচৰত কি কৰিবলৈ মন গ’ল ?

ক্ষমা খুজিবলৈ

বিস্কুটটো ওভতাই দিবলৈ

এটাও নহয়

+২০।  ________ এটা সৰু ষ্টেচন ।

ঘপাগ্ৰাৰ

ৰাজধানী

এটাও নহয়