Class 9 General Science Book | Chapter 4 | অণু আৰু পৰমাণু | MCQs Short Question Answer |

Chapter- 4

পৰমাণুৰ গঠন

১) তলৰ কোনবোৰ পদাৰ্থ গঠনৰ একো একোটা মূল গোট?

(ক) কেনেল ৰশ্মি আৰু প্ৰলম্বনবোৰ
(খ) অণু আৰু পদাৰ্থবোৰ
(গ) এটাও নহয়

উত্তৰ- (খ) অণু আৰু পদাৰ্থবোৰ ।


২) পৰমাণুত আধানযুক্ত কেন্দ্ৰ এটা থাকে আৰু সেইটোৰ নাম হ’ল-

(ক) ধনাত্মক আধানযুক্ত
(খ) ঋণাত্মক আধানযুক্ত
(গ) ঘণীভৱন আধানযুক্ত

উত্তৰ- (ক) ধনাত্মক আধানযুক্ত ।

৩) জে জে থমছনে উপপাৰমাণৱিক কণাবোৰক কি হিচাপে চিনাক্ত কৰিছিল?(ক)পদাৰ্থ
(খ) ইলেক্ট্ৰন
(গ) এটাও নহয়

উত্তৰ- (খ) ইলেক্ট্ৰন।

৪) পৰমাণুৰ গঠনৰ আৰ্হি উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল-(ক) জ’ন ডেল্টন
(খ) জে জে থমছন
(গ) স্প্ৰিং গ্ৰ’ভ

উত্তৰ- (খ) জে জে থমছন ।

৫) জে জে থমছনৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

(ক) 1565 চনৰ 15 মে’ তাৰিখে
(খ) 1758 চনৰ 2 নৱেম্বৰ তাৰিখে
(গ) 1856 চনৰ 18 ডিচেম্বৰ তাৰিখে

উত্তৰ- (গ) 1856 চনৰ 18 ডিচেম্বৰ তাৰিখে ।


৬) 1932 চনত কোনজন বিজ্ঞানীয়ে আন এবিধ উপ পাৰমাণৱিক কণা আৱিস্কাৰ কৰিছিল যাৰ আধান নাছিল ভৰ প্ৰটনৰ ভৰৰ প্ৰায় সমান-

(ক) নীয়েল ব’ৰে
(খ) জে জে থমছন
(গ) জে ছাডউইকে

উত্তৰ- (গ) জে ছাডউইকে ।


৭) পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটোক কি বুলি কোৱা হয়?

(ক) পদাৰ্থ
(খ) অণু
(গ) নিউক্লিয়াছ

উত্তৰ- (গ) নিউক্লিয়াছ ।


৮) স্প্ৰিং গ্ৰ’ভ জন্মস্থান ক’ত লাভ কৰিছিল?

(ক) কোপেন হেগেনত
(খ) চিথাম হিল
(গ) এটাও নহয়

উত্তৰ- (গ) এটাও নহয় ।


৯) 1908 চনত ৰসায়ন বিজ্ঞানত ন’বেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি?

(ক) জে থমছন
(খ) জে ছাডউইকে
(গ) স্প্ৰিং গ্ৰ’ভ

উত্তৰ- (গ) স্প্ৰিং গ্ৰ’ভ ।


১০) 1922 চনত পৰমাণুৰ গঠনৰ ওপৰত কৰা গৱেষণাৰ বাবে ন’বেল বঁটা (ক)কোনে পাইছিল?ৰবাৰ্ত ব্ৰাউন
(খ) পাৰ্কিন্জি
(গ) এজনো নহয়

উত্তৰ- (গ) এজনো নহয় ।


১১) পদাৰ্থৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্য়া-

(ক) 4 টা
(খ) 5টা
(গ) 8 টা

উত্তৰ- (গ) 8 টা ।


১২) স্প্ৰিং গ্ৰ’ভ ৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

(ক) 1653 চনৰ 8 আগষ্টৰ তাৰিখে
(খ) 1770 চনৰ 25 আগষ্টৰ তাৰিখে
(গ) 1871 চনৰ 30 আগষ্টৰ তাৰিখে

উত্তৰ- (গ) 1871 চনৰ 30 আগষ্টৰ তাৰিখে ।


১৩) নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়?

(ক) নীয়েল ব’ৰক
(খ) জে জে থমছন
(গ) স্প্ৰিং গ্ৰ’ভ

উত্তৰ- (গ) স্প্ৰিং গ্ৰ’ভ ।


১৪) আয়ডিনৰ এটা সমস্থানিক কি ৰোগৰ চিকিৎসাত ব্য়ৱহাৰ কৰা হয়?

(ক) গৰল ৰোগত
(খ) কৰ্কট ৰোগত
(গ) কৰোণা মহামাৰী ৰোগত

উত্তৰ- (ক) গৰল ৰোগত ।

১৫) হাইড্ৰ’জেনৰ কিমানবিধ পৰমাণু আছে?

(ক) এবিধ
(খ) দুবিধ
(গ) তিনিবিধ

উত্তৰ- (গ) তিনিবিধ ।


১৬) পৰমাণু এটাৰ কোনটো অংশত প্ৰ’টন থাকে?

(ক) অণু পৰমাণু সংলগ্ন অংশত
(খ) নিউক্লিয়াছ অংশত
(গ) এটাও নহয়

উত্তৰ- (খ) নিউক্লিয়াছ অংশত ।

১৭) জে জে থমছনে কিমান বছৰ ধৰি কেমব্ৰিজত থকা কেভেণ্ডিছ পৰীক্ষাগাৰক পথ নিৰ্দেশনা দি আহিছিল? (ক) ১৯
(খ) ২৩
(গ) এটাও নহয়

উত্তৰ- (গ) এটাও নহয় ।


১৮) যোজ্য়তা হ’ল-

(ক) কিছুমান ৰাসায়নিক পদাৰ্থ
(খ) পৰমাণু এটাৰ যোজিত হ’ব পৰা ক্ষমতা
(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পৰমাণু এটাৰ যোজিত হ’ব পৰা ক্ষমতা ।

১৯) ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিস্কাৰ কৰিছিল?(ক)পাৰমাণৱিক নিউক্লিয়াছ
(খ) ইলেক্ট্ৰন
(গ) প্ৰ’টন
(ঘ) নিউট্ৰন

উত্তৰ- (খ) ইলেক্ট্ৰন ।