Class 5 Science Chapter 1 MCQ’s Sankardev School | পুষ্টিকাৰক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ | Class 5 Social Science Chapter 1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 1

পুষ্টিকাৰক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ

১। আমি সকলোৱে জীয়াই থাকিবলৈ কি প্ৰয়োজন।

(ক) গাড়ী

(খ) আহাৰ

(গ) mobile

উত্তৰ- (খ) আহাৰ ।

২। আহাৰত থকা প্ৰধান পুষ্টিকাৰ দ্ৰব্যবোৰ নাম কি।

(ক) প্ৰটিন, কাৰ্ব’হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।

(খ) ভেণ্ডি, লাউ, ৰঙালাউ, পালেং, লাই ।

(গ) গাখীৰ, পনীৰ, দৈ, কণী, মাছ, মাংস।

উত্তৰ- (ক) প্ৰটিন, কাৰ্ব’হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। ।

৩। শৰীৰত শক্তিৰ কিহে যোগান ধৰে।

(ক) প্ৰটিন

(খ) কাৰ্ব’হাইড্ৰেট

(গ) ভিটামিন

উত্তৰ- (খ) কাৰ্ব’হাইড্ৰেট ।

৪। ভিটামিন কি অভাৱত কুকুৰীকণা ৰোগ সৃ্ষ্টি কৰে।

(ক) ভিটামিন ‘A’

(খ) ভিটামিন ‘B’

(গ) ভিটামিন ‘C’

উত্তৰ- (ক) ভিটামিন ‘A’ ।

৫। কি ভিটামিন অভাৱত স্কাৰ্বি  নামৰ ৰোগ সৃষ্টি হয়।

(ক) ভিটামিন ‘C’

(খ) ভিটামিন ‘B’

(গ) ভিটামিন ‘A’

উত্তৰ- (ক) ভিটামিন ‘C’ ।

৬। ভিটামিন ‘বি’ৰ অভাৱত কি ৰোগ সৃষ্টি হয়।

(ক) বেৰী বেৰী

(খ) স্কাৰ্ভি

(গ) ৰিকেটচ্

উত্তৰ- (ক) বেৰী বেৰী ।

৭। আহাৰ পৰা আমি কি পাওঁ।

(ক) অক্সিজেন

(খ) কাম কৰিবলৈ শক্তি পাওঁ

(গ) পাঠটোত দিয়া নাই

উত্তৰ- (খ) কাম কৰিবলৈ শক্তি পাওঁ ।

৮। ভিটামিন ‘C’ অভাৱত কি ৰোগ সৃষ্টি হয়।

(ক) কুকুৰীকণা

(খ) বেৰী বেৰী

(গ) স্কাৰ্ভি

উত্তৰ- (গ) স্কাৰ্ভি ।

৯। ভিটামিন ‘A’ অভাৱত কি ৰোগ সৃষ্টি হয়।

(ক) স্কাৰ্ভি

(খ) কুকুৰীকণা

(গ) বেৰী বেৰী

উত্তৰ- (খ) কুকুৰীকণা ।

১০। ভিটামিন কেইপ্ৰকাৰৰ।

(ক) ৫ প্ৰকাৰৰ

(খ) ৬ প্ৰকাৰৰ

(গ) ৭ প্ৰকাৰৰ

উত্তৰ- (খ) ৬ প্ৰকাৰৰ ।

Type by- Bikul Mandal