Class 5 Science Chapter 2 MCQ’s Sankardev School | সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ | Class 5 Social Science Chapter 2 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 2

সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ

১। মেলেৰিয়া কি?

(ক) মেলেৰিয়া এবিধ খোৱা বস্তু

(খ) মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ

(গ) মেলেৰিয়া এটা ভাল বস্তু

উত্তৰ- (খ) মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ ।

২। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে মহ পোৱা যায় নে।

(ক) নাযায়

(খ) যায়

(গ) পাঠত দিয়া নাই

উত্তৰ- (খ) যায় ।

৩। দূষিত পানী খাব লাগে।

(ক) নালাগে

(খ) লাগে

(গ) পাঠত দিয়া নাই

উত্তৰ- (ক) নালাগে।

৪। যেতিয়া এজন মানুহৰ কাহ আৰু হাঁচি হয় তেতিয়া কি কৰিব লাগে।

(ক) মানুহজনৰ ওচৰত থাকিব লালগে

(খ) মানুহজনৰ দূৰত থাকিব লাগে

(গ) মানুহজনৰ লগত কথা পাতি থাকিব লাগে

উত্তৰ- (খ) মানুহজনৰ দূৰত থাকিব লাগে ।

৫। বেমাৰসমূহৰ সঠিক ভাৱে চিনাক্ত কৰিবলৈ আমি চিকিৎসকৰ পৰামৰ্শ লব লাগে

(ক) নালাগে

(খ) লাগে

(গ) পাঠটোত দিয়া নাই

উত্তৰ- (খ) লাগে ।

৬।  মতা মহতকৈ মাইকী মহ কিছুদিন বেছিকৈ জীয়াই থাকে।

(ক) হয়

(খ) নহয়

(গ) পাঠটোত দিয়া নাই

উত্তৰ- (ক) হয় ।

৭। মহৰ দৰেই মাখিৰ শৰীৰতো কেইটা ভাগত ভাগ কৰিব পাৰি।

(ক) ১ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰ- (গ) ৩ টা ।

৮। মহৰ দৰেই মাখিৰ শৰীৰতো কি কি ভাগত ভাগ কৰা হৈছে।

(ক) পাখি, মূৰ আৰু খুং

(খ) মূৰ, বুকু আৰু উদৰ

(গ) চৰাই, পখিলা আৰু জন্তু

উত্তৰ- (খ) মূৰ, বুকু আৰু উদৰ ।

৯। মাখিয়ে এবাৰত কিমাটা কণী পাৰে।

(ক) এশ বিশৰ পৰা এশ পঞ্চাশ টা পাৰে

(খ) দুশ দহ পৰা দুশ পঞ্চাশ টা পাৰে

(গ) পঞ্চাশ টা পৰা নবৈটা পাৰে

উত্তৰ- (ক) এশ বিশৰ পৰা এশ পঞ্চাশ টা পাৰে ।

১০। মহৰ দৰেই মাখিৰো জীৱনকাল কিমান।

(ক) এশ সপ্তাহ মাত্ৰ

(খ) দুশ সপ্তাহ মাত্ৰ

(গ) তিনি সপ্তাহ মাত

উত্তৰ- (খ) দুশ সপ্তাহ মাত্ৰ ।

Type by- Bikul Mandal