Class 5 Science Chapter 10 MCQ’s Sankardev School | বায়ুৰ ধৰ্ম | Class 5 Social Science Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 10

বায়ুৰ ধৰ্ম

১। আন সকলো পদাৰ্থৰ দৰে বায়ুৰো ওজন আছে নে নাই।

(ক) নাই

(খ) আছে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) আছে ।

২। বায়ুয়ে যিকোনো খালী ঠাই অধিকাৰ কৰে নে নকৰে।

(ক) নকৰে

(খ) কৰে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) কৰে ।

৩। বায়ু বৰ সেৰেঙা বা পাতল নে দাঠ।

(ক) পাঠল

(খ) দাঠ

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) পাঠল ।

৪। বায়ুৰ মাজেদি সাধাৰণতে বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।

(ক) যায়

(খ) নাযায়

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) নাযায় ।

৫। বায়ুয়ে চৰিওফালে হেঁচা বা চাপ দিয়ে।

(ক) দিয়ে

(খ) নিদিয়ে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) দিয়ে ।

৬। বায়ু আমি চকুৰে দেখা নাপাওঁ।

(ক) পাওঁ

(খ) নাপাওঁ

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) পাওঁ ।

৭। আমাৰ চাৰিওফালৰ সকলোতে বায়ুয়ে আগুৰি আছে।

(ক) নাই

(খ) আছে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) আছে ।

৮। সেৰেঙা বায়ু ঘন হ’লে চাপ বাঢ়ে।

(ক) নাবাঢ়ে

(খ) বাঢ়ে

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) বাঢ়ে ।

৯। মুকলি বায়ুৰ চাপক বায়ুমণ্ডলীয় চাপ বুলি কওঁ

(ক) কওঁ

(খ) নকওঁ

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (ক) কওঁ ।

১০। বায়ুক চেঁচা কৰি জুলীয়া কৰিব পাৰি।

(ক) নোৱাৰি

(খ) পাৰি

(গ) পাঠত উল্লেখ কৰা নাই

উত্তৰ- (খ) পাৰি ।

Type by- Bikul Mandal