Class 5 Science Chapter 3 MCQ’s Sankardev School | প্ৰাথমিক চিকিৎসা | Class 5 Social Science Chapter 3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 3

প্ৰাথমিক চিকিৎসা

১। সাধাৰণতে প্ৰাথমিক চিকিৎসা সঁজুলি থকা বাকচটোত বেণ্ডেজ, কপাহ, দুখন কেঁচি, পটাছিয়াম-পাৰ-এনটিচেপটিক মলম ইত্যাদি থাকে।

(ক) হয়

(খ) নহয়

(গ) পাটোত দিয়া নাই

উত্তৰ- (ক) হয় ।

২। গাত গৰম পানী পৰিলে কি কৰা উচিত।

(ক) ঘৰতে থাকিব লাগে

(খ) বাহিৰত ওলাই ঘূৰিফূৰিব লাগে

(গ) চিকিৎসাৰ ওচৰলৈ যাব লাগে

উত্তৰ- (গ) চিকিৎসাৰ ওচৰলৈ যাব লাগে ।

৩। পোৰা ঠাইত বৰফ অথবা ঠাণ্ডা পানী লাগাই থাকিব লাগে নে নালাগে।

(ক) লাগে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (ক) লাগে ।

৪। যদি কোনো ব্যক্তিৰ কাপোৰত জুই লাগে তেন্তে তৎক্ষণাৎ মজিয়াত বাগৰি দিব লাগে।

(ক) নালাগে

(খ) লাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (খ) লাগে ।

৫। নাকেদি তেজ ওলোৱা ব্যক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপমুৱাকৈ শুৱাই দিব লাগে।

(ক) লাগে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (ক) লাগে ।

৬। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালি দিব লাগে।

(ক) লাগে

(খ) একো কৰিব নালাগে

(গ) নালাগে

উত্তৰ- (ক) লাগে ।

৭। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকৰ ওপৰত ঠাণ্ডা পতি লগাব লাগে।

(ক) লাগে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (ক) লাগে ।

৮। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰৰ তলত কোনো গাৰু আদি দিব নালাগে।

(ক) লাগে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (ক) লাগে ।

৯। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকত ভিতৰত আঙুলি আদি ভৰাব নালাগে।

(ক) লাগে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (খ) নালাগে ।

১০। নাকেদি তেজ ওলোৱা ৰোগীয়ে নাকত হেঁচা, খুন্দা মৰা অথবা নাকত জোৰ পৰা কাম কৰিব নালাগে।

(ক) লালে

(খ) নালাগে

(গ) একো কৰিব নালাগে

উত্তৰ- (খ) নালাগে ।

Type by- Bikul Mandal