Class 5 Social Science Chapter 15 MCQ’s Sankardev School | সৌৰজগতৰ কথা | Class 5 Social Science Chapter 15 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-15

সৌৰজগতৰ কথা

১। আকাশত থাকি পোহৰ বিলায় সেইবোৰক কি বোলে?

(ক) নক্ষত্ৰ বোলে

(খ) উপসগ্ৰহ বোলে

(গ) জ্য়োতিষ্ক বোলে

উত্তৰঃ (গ) জ্য়োতিষ্ক বোলে।

২। ৰাতিৰ আকাশত আমি কি দেখোঁ?

(ক) জোন দেখোঁ

(খ) সূৰ্য দেখোঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জোন দেখোঁ।

৩। কিমান কোটি বছৰ বুলি বিজ্ঞানীসকলে অনুমান কৰিছে?

(ক) ৯৬ কোটি বছৰ

(খ) ১১৭ কোটি বছৰ

(গ) ১২০ কোটি বছৰ

উত্তৰঃ (গ) ১২০ কোটি বছৰ।

৪। নক্ষত্ৰক কি বুলিও কোৱা হয়?

(ক) তৰা বুলিও কোৱ হয়

(খ) সূৰ্য বুলিও কোৱা হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) তৰা বুলিও কোৱ হয়।

৫। সূৰ্যক প্ৰদক্ষিণ কৰে সেই পথটোক কি বোলে?

(ক) উপসগ্ৰহ বোলে

(খ) নক্ষত্ৰ বোলে

(গ) কক্ষপথ বোলে

উত্তৰঃ (গ) কক্ষপথ বোলে।

৬। এপাক ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ পৃথিৱীক কিমান ঘণ্টা লাগে কিমান মিনিট কিমান ছেকেণ্ড লাগে?

(ক) ২১ ঘণ্টা ৮৪ মিনিট ৯ ছেকেণ্ড

(খ) ২২ ঘণ্টা ৬৭ মিনিত ৭ ছেকেণ্ড

(গ) ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড

উত্তৰঃ (গ) ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড।

৭। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্ৰায় কিমান দিন লাগে?

(ক) ২১.৩৬ দিন

(খ) ২৫.৪৮ দিন

(গ) ২৭.৫৫ দিন

উত্তৰঃ (গ) ২৭.৫৫ দিন।

৮। চন্দ্ৰ আৰু পৃথিৱীৰ উভয়েই কি?

(ক) গতিশীল

(খ) উপসগ্ৰহ

(গ) নক্ষত্ৰ

উত্তৰঃ (ক) গতিশীল।

৯। সৌৰজগতৰ স্থিতিৰ বিষয়ে কি কৰিব পাৰিবা?

(ক) নিৰ্ণয় কৰিব পাৰিবা

(খ) ধাৰণা কৰিব পাৰিবা

(গ) নিৰ্ভৰ কৰিব পাৰিবা

উত্তৰঃ (খ) ধাৰণা কৰিব পাৰিবা।

১০। জোনৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান ছেকেণ্ড লাগে?

(ক) ১.৫ ছেকেণ্ড লাগে

(খ) ১.৮ ছেকেণ্ড লাগে

(গ) ১.৩ ছেকেণ্ড লাগে

উত্তৰঃ (গ) ১.৩ ছেকেণ্ড লাগে।

Type By- Subhas Nath