Class 6 Assamese Chapter 13 MCQ’s Sankardev School | ধনপতি | Class 6 Assamese Chapter 13 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 13

ধনপতি

১। ধনপতি কবিতাটি কোনে ৰচনা কৰিছিল ?

(ক) ড° জয়কান্ত শৰ্মা

(খ) সূৰ্য কুমাৰ ভূঞা

(গ) এটাও নহয়

উত্তৰ- (খ) সূৰ্য কুমাৰ ভূঞা ।

২। দেশব্য়াপী শব্দৰ অৰ্থ কি ?

(ক) গোটেই দেশজুৰি

(খ) নিজৰ দেশ

(গ) এটাও নহয়

উত্তৰ- (ক) গোটেই দেশজুৰি ।

৩। সেয়ে ধনী ধন যাৰ __________ বৰ্জিত ।

(ক) ন্য়ায়

(খ) কলঙ্ক

(গ) এটাও নহয়

উত্তৰ- (খ) কলঙ্ক ।

৪। সূৰ্য কুমাৰ ভূঞাৰ ক’ত জন্ম হৈছিল ?

(ক) কলিকতাত

(খ) নগাঁও

(গ) এটাও নহয়

উত্তৰ- (খ) নগাঁও ।

৫। সূৰ্য কুমাৰ ভূঞাই ৰচনা কৰা কবিতাসমূহ কিহত সংগ্ৰহ কৰা হৈছে ?

(ক) নিৰ্মালি

(খ) ভানুনন্দন

(গ) এটাও নহয়

উত্তৰ- (ক) নিৰ্মালি ।

৬। তেখেত কোন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্য়ক্ষ আছিল ?

(ক) কটন কলেজৰ

(খ) লণ্ডন বিশ্ৱবিদ্য়ালয়ৰ

(গ) এটাও নহয়

উত্তৰ- (ক) কটন কলেজৰ ।

৭। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেত ‘ভানুনন্দন’ নামত কি লিখিছিল ?

(ক) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ

(খ) জয়মতী উপাখ্যান

(গ) এটাও নহয়

উত্তৰ- (খ) জয়মতী উপাখ্যান ।

৮। ঢালে ধন __________উন্নতি কামত 

(ক) স্বজাতিৰ

(খ) ধনী লোকে

(গ) এটাও নহয়

উত্তৰ- (ক) স্বজাতিৰ ।

৯। এক অননুকৰণীয় গদ্য়ভংগীৰে লিখা তেখেতৰ এখন মূল্য়ৱান গ্ৰন্থ কি ?

(ক) পুৰাতত্ত্ব

(খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ

(গ) এটাও নহয়

উত্তৰ- (খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ ।

১০। কলংক শব্দৰ অৰ্থ কি ?

(ক) দাগ নথকা

(খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ

(গ) এটাও নহয়

উত্তৰ- (খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ ।

১১। আমি জানো তুমি _______ লভিলা কিমতে 

(ক) ধন

(খ) ধনী

(গ) এটাও নহয়

উত্তৰ- (ক) ধন ।

১২। মূলমন্ত্ৰ শব্দৰ অৰ্থ কি ?

(ক) ধনৰ গৰাকী

(খ) নিজৰ দেশ

(গ) এটাও নহয়

উত্তৰ- (গ) এটাও নহয় ।

১৩। কি কি বিভাগক তেখেতৰ জীৱনৰ কীৰ্তি-স্তম্ভ বুলি ক’ব পাৰি ?

(ক) বুৰঞ্জী আৰু পুৰাতত্ত্ব

(খ) অৰ্থনীতি আৰু ৰাজনীতি

(গ) এটাও নহয়

উত্তৰ- (ক) বুৰঞ্জী আৰু পুৰাতত্ত্ব ।

১৪। সূৰ্য কুমাৰ ভূঞাই ক’ত অনুস্থিত হোৱা অসম সাহিত্য় সভাৰ সভাপতি হৈছিল ?

(ক) গুৱাহাটীত

(খ) ছিলঙত

(গ) এটাও নহয়

উত্তৰ- (খ) ছিলঙত ।

১৫। স্বজাতি শব্দৰ অৰ্থ কি ?

(ক) গোটেই দেশজুৰি

(খ) নিজৰ দেশ

(গ) এটাও নহয়

উত্তৰ- (খ) নিজৰ দেশ ।

১৬। নিজৰ বাসভৱনত আৰম্ভ কৰা বিভাগটোৱেই পাছত কি বিভাগত পৰিণত হয় ?

(ক) চৰকাৰী বিভাগ

(খ) ৰাজকীয় বিভাগ

(গ) এটাও নহয়

উত্তৰ- (ক) চৰকাৰী বিভাগ ।

১৭। তেখেত প্ৰথম অসমীয়া ___________ আছিল ।

(ক) কবি

(খ) শিক্ষাধিকাৰো

(গ) এটাও নহয়

উত্তৰ- (খ) শিক্ষাধিকাৰো ।

১৮। ________ বুলি তুমি লভিছা সন্মান

(ক) ধনপতি

(খ) দেশব্য়াপী

(গ) এটাও নহয়

উত্তৰ- (ক) ধনপতি ।

১৯। ন্য়ায়-নিৰূপিত শব্দৰ অৰ্থ কি ?

(ক) নিয়ম অনুসাৰে

(খ) মূল নীতি

(গ) এটাও নহয়

উত্তৰ- (ক) নিয়ম অনুসাৰে ।

২০। সূৰ্য কুমাৰ ভূঞাৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৮৯২ চনত

(খ) ১৯৬৪ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৮৯২ চনত ।

Type by- Bikul Mandal