Class 5 Assamese Chapter 5 MCQ’s Sankardev School | ঘড়ী | Class 5 Assamese Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-5

ঘড়ী

১। ভগন অৰ্থ কি ?

(ক) সঁচা

(খ) মিছা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (গ) ইয়াৰ পৰা এটাও নহয়।

২। ক্ষন্তেক অৰ্থ কি ?

(ক) অকণমান সময়

(খ) বেছি সময়

(গ) অটি কম সময়

উত্তৰঃ (ক) অকণমান সময়।

৩। ধন-সোণ দি সময় ঘূৰাই আনিব পাৰিনে ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) নোৱাৰে।

৪। সময়ক ধৰি ৰাখিব পাৰিনে ?

(ক) নোৱাৰে

(খ) পাৰে

(গ) ওপৰৰ পৰা এটাও নহয়

উত্তৰঃ (ক) নোৱাৰে।

৫। পদ কেইবিধ ?

(ক) চাৰিবিধ

(খ) দুইবিধ

(গ) ছয় বিধ

উত্তৰঃ (ক) চাৰিবিধ।

৬। ঘড়ীয়ে  টিক্ টিক্ টিক্ কৈ কি কথা কয় ?

(ক) সময় কথা কৈ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) সময় কথা নকৈয়

উত্তৰঃ (ক) সময় কথা কৈ।

৭। লেশৰ অৰ্থ কি ?

(ক) সামান্য পৰিমাণ

(খ) বেছি পৰিমাণ

(গ) কম পৰিমাণ

উত্তৰঃ (ক) সামান্য পৰিমাণ।

৮। কবিয়ে আদৰ্শ মানি কি কৰিবলৈ কৈছে?

(ক) হাতে কামে লগা কথা কৈছে

(খ) কাম কৰিব নালাগে বুলি কৈছে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) হাতে কামে লগা কথা কৈছে।

৯। পৰকাল অৰ্থ কি ?

(ক) মৰণপৰ পাছৰ সময়

(খ) আগৰ সময়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) আগৰ সময়।

১০। নিমিষৰ অৰ্থ কি ?

(ক) চকুৰ পলক

(খ) খৰচ

(গ) চকুৰ পানী

উত্তৰঃ (ক) চকুৰ পলক।

১১। কি গ’লে আৰু ঘূৰি নাহে ?

(ক) টকা-পইচা

(খ) সময়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) সময়।

১২। নাহে যোৱা কাল চাপে পৰকাল __________ স্বৰূপ কয় ।

(ক) ঘড়ীয়ে

(খ) সময়ে

(গ) কামেই

উত্তৰঃ (ক) ঘড়ীয়ে।

১৩। তলৰ কোনকেইটা বিশেষ্য পদৰ উদাহৰণ ।

(ক) ৰাম, নদী, পৰ্বত, কিতাপ ইত্যাদি

(খ) ভাল, বেয়া, উজ্জ্বল, ধুনীয়া ইত্যাদি

(গ) যাম, কৰিছে, গ’ল ইত্যাদি

উত্তৰঃ (ক) ৰাম, নদী, পৰ্বত, কিতাপ ইত্যাদি।

১৪। স্বৰূপ শব্দৰ অৰ্থ কি ?

(ক) সঁচা কথা

(খ) চকুৰ পলক

(গ) খৰচ

উত্তৰঃ (ক) সঁচা কথা।

১৫। বিশেষণ পদ কাক বোলে ?

(ক) নাম বুজোৱা পদক

(খ) বিশেষ্যৰ গুণ, দোষ বুজোৱা পদক

(গ) এটাও নহয়

উত্তৰঃ (খ) বিশেষ্যৰ গুণ, দোষ বুজোৱা পদক।

১৬। ডাঁৰ, পল, ক্ষণ লাখ লাখ ধন মানিবা ___________ ক’ই ।

(ক) স্বৰূপ

(খ) নিমিষ

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়।

১৭। ক্ষণ শব্দৰ অৰ্থ কি ?

(ক) অতি কম সময়, প্ৰায় চাৰি মিনিট

(খ) মৰণৰ পাছৰ সময়

(গ) ২৪ মিনিট বা এক দণ্ড

উত্তৰঃ (ক) অতি কম সময়, প্ৰায় চাৰি মিনিট।

১৮। তলৰ কোনকেইটা বিশেষণ পদৰ উদাহৰণ ।

(ক) ধুনীয়া, উজ্জ্বল, আদি

(খ) ওখ, দীঘল, চাপৰ আদি

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (গ) ওপৰৰ দুয়োটাই।

১৯। নিতে বয় যায় আদি অন্ত নাই নিছিগে __________ ধাৰ;

(ক) ঘড়ীৰ

(খ) সময়

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (খ) সময়।

২০। দোণ শব্দৰ অৰ্থ কি ?

(ক) বাঁহৰ পাত্ৰ

(খ) ২৪ মিনিট

(গ) ২৪ ছেকেণ্ড

উত্তৰঃ (ক) বাঁহৰ পাত্ৰ।

Type By- Subhas Nath