Class 6 Assamese Chapter 2 MCQ’s Sankardev School | লংকাৰ সম্বাদ কি ? | Class 6 Assamese Chapter 2 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 2

লংকাৰ সম্বাদ কি

১। ওচৰা-উচৰি কৈ থকা  গাঁও দুখনৰ নাম কি ?

(ক) বেনাৰ গাঁও

(খ) কুমাৰী গাঁও

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

২। গাঁও দুখনৰ মাজত মিল আছিল নে নাই ?

(ক) আছিল

(খ) নাছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নাছিল ।

৩। গাঁৱৰ দৰা এজনলৈ কি গাঁৱৰ কন্যা এজনী দিয়াৰ বন্দৱস্ত হ’ল ?

(ক) কুমাৰ গাঁৱৰ

(খ) কুমাৰী গাঁৱৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কুমাৰী গাঁৱৰ ।

৪। বেনাৰ গাঁৱৰ মানুহ দৰাৰ লগত নিশা বিয়ালৈ আহোঁতে, বাটতে কোনে আগচি ধৰিলে ?

(ক) কুমাৰীগঞা ডেকাবিলাকে

(খ) কুমাৰীগঞা ছোৱালীবিলাকে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) কুমাৰীগঞা ডেকাবিলাকে ।

৫। ওচৰা-উচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি আছিল ?

(ক) বেনাৰ গাঁও , কুমাৰী গাঁও

(খ) সোনালী গাঁও , কুমাৰ গাঁও

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) বেনাৰ গাঁও , কুমাৰী গাঁও ।

৬। কুমাৰী গাঁৱৰ ডেকাহঁতে দৰাঘৰীয়া মানুহক কি প্ৰশ্ন কৰিছিল ?

(ক) সীতাৰ বিয়া কেতিয়া হৈছিল

(খ) ৰাম কেতিয়া বনলৈ গৈছিল

(গ) লংকাৰ সম্বাদ কি

উত্তৰ- (গ) লংকাৰ সম্বাদ কি ।

৭। প্ৰশ্নৰ উত্তৰ ক’ত দিয়া হ’ল ?

(ক) বাততে

(খ) সভাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সভাত ।

৮। লংকাখন কিহৰ আছিল ?

(ক) সোণৰ

(খ) মাটিৰ

(গ) শিলৰ

উত্তৰ- (ক) সোণৰ ।

৯। আহাঁ বোপাই আহাঁ, তুমিনৰলোকৰপৰা আহিছা, এই কথাষাৰ কোনে কৈছিল ?

(ক) ডেকাহতে

(খ) দৰাঘৰীয়া মানুহে

(গ) বীৰ হনুমানে

উত্তৰ- (গ) বীৰ হনুমানে ।

১০। বীৰ হনুমানৰ পো-নাতি কোন আছিল ?

(ক) লংকাৰ খবৰ কি বোলি কোৱা মানুহ বোৰ

(খ) কুমাৰী গাঁৱৰ

(গ) বেনাৰ গাঁৱৰ

উত্তৰ- (ক) লংকাৰ খবৰ কি বোলি কোৱা মানুহ বোৰ ।

১১। বীৰ হনুমানৰ ডিঙিত কি লগাই থৈছে ?

(ক) ৰছী

(খ) শিকলি

(গ) এপৰৰ এটাও নহয়

উত্তৰ- (খ) শিকলি ।

১২। পিছত কাৰ জঁয় পৰিল ?

(ক) কুমাৰী গাঁৱৰ

(খ) বেনাৰ গাঁৱৰ

(গ) কুমাৰী গাঁৱৰ প্ৰশ্ন কৰা ডেকাহঁত জঁয় পৰিল

উত্তৰ- (গ) কুমাৰী গাঁৱৰ প্ৰশ্ন কৰা ডেকাহঁত জঁয় পৰিল ।

১৩। আদহীয়া শব্দৰ অৰ্থ কি ?

(ক) মাজ বয়সীয়া

(খ) ডেকাও নহয়

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৪। হেঙাৰ শব্দৰ অৰ্থ কি ?

(ক) বাধা

(খ) হেঙা

(গ) ৰেঙা

উত্তৰ- (ক) বাধা ।

১৫। এচপৰা শব্দৰ অৰ্থ কি ?

(ক) এডোখৰ

(খ) তিনিডোখৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) এডোখৰ ।

১৬। বীৰ হনুমান কাৰ পুত্ৰ আছিল ?

(ক) পৱনৰ

(খ) বায়ুৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৭। বীৰ হনুমান কি যুগত ৰামচন্দ্ৰৰ নিষ্ঠাবান ভক্ত আছিল ?

(ক) সত্য যুগত

(খ) ত্ৰেতা যুগত

(গ) কলি যুগত

উত্তৰ- (খ) ত্ৰেতা যুগত ।

১৮। ত্ৰেতা যুগত শ্ৰীলংকাত কাৰ ৰাজ্য আছিল ?

(ক) ৰামৰ

(খ) সীতাৰ

(গ) ৰাৱণৰ

উত্তৰ- (গ) ৰাৱণৰ ।

১৯। ৰাৱণে কাক হৰণ কৰিছিল ?

(ক) সীতাক

(খ) ৰাধাক

(গ) কমলাক

উত্তৰ- (ক) সীতাক ।

২০। কি সেতু সাগৰৰ বুকুত আজিও বিৰাজমান ?

(ক) ৰাম সেতু

(খ) সীতা সেতু

(গ) ৰাধা সেতু

উত্তৰ- (ক) ৰাম সেতু ।

Type by- Bikul Mandal