Class 6 Assamese Chapter 8 MCQ’s Sankardev School | লাচিত বৰফুকনৰ দেশভক্তি | Class 6 Assamese Chapter 8 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8

লাচিত বৰফুকনৰ দেশভক্তি

১। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

(ক) ১৬৭১

(খ) ১২০১

(গ) ৫২৭৬

উত্তৰ- (ক) ১৬৭১ ।

২। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ  মাজত হৈছিল?

(ক) অসম আৰু ভাৰতৰ মাজত

(খ) আহোম আৰু মোগলৰ মাজত

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) আহোম আৰু মোগলৰ মাজত ।

৩। এই যুদ্ধখন কি ঠাইত হৈছিল?

(ক) গুৱাহাটী

(খ) নগাঁও

(গ) শৰাইঘাট

উত্তৰ- (গ) শৰাইঘাট ।

৪। অসম দখল কৰিবলৈ অহা সেনাপতি জনৰ নাম কি?

(ক) ৰামসিংহ

(খ) লাচিত

(গ) স্বৰ্গদেউ

উত্তৰ- (ক) ৰামসিংহ ।

৫। কোনে মোগলক হৰুৱাই অসম ৰক্ষা কৰিছিল?

(ক) ৰামসিংহ

(খ) লাচিতে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) লাচিতে ।

৬। লাচিত বৰফুকনৰ অধীনত কিমান সৈন্য আছিল?

(ক) একলাখ

(খ) দুইলাখ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) একলাখ ।

৭। কোনে কাপোৰৰ আঁৰৰ পৰা কথা শুনি আছিল?

(ক) কামাখ্যা গোঁসানী

(খ) বৰকুঁৱৰীয়ে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) বৰকুঁৱৰীয়ে ।

৮। কাৰ কথা মানি চলিলে যুদ্ধত জয়লাভ হ’ব?

(ক) কামাখ্যা গোঁসানীৰ

(খ) বৰকুঁৱৰীৰ

(গ) বৰফুকনৰ

উত্তৰ- (গ) বৰফুকনৰ ।

৯। স্বৰ্গদেৱৰ পৰা এনে আশ্বাস পাই লাচিতৰ কি বাঢ়িল?

(ক) মনোবল

(খ) দেশৰ প্ৰতি মমতা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১০। মোমায়েকে কাৰ কথা সহজভাৱে লব পৰা নাছিল?

(ক) লাচিতৰ

(খ) বৰকুঁৱৰীৰ

(গ) সৈন্যৰ

উত্তৰ- (ক) লাচিতৰ ।

১১। গড়ৰ কাম অসম্পূৰ্ণ কৰি ৰাখি মোমায়েকে নিশ্চিন্ত হৈ থকাৰ বাবে লাচিতৰ কি উঠিল?

(ক) হাঁহি উঠিল

(খ) খং উঠিল

(গ) ভয় লাগিল

উত্তৰ- (খ) খং উঠিল ।

১২। বৰফুকনে কাক ভীৰু, কাপুৰুষ বুলি কৈছে?

(ক) জনমভূমিক

(খ) মোমায়েকক

(গ) মাকক

উত্তৰ- (খ) মোমায়েকক ।

১৩। গাফিলতি শব্দৰ অৰ্থ কি?

(ক) অৱহেলা

(খ) নৱহেলা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অৱহেলা ।

১৪। বিনাযুদ্ধে শব্দৰ অৰ্থ কি?

(ক) অৱহেলা

(খ) যুদ্ধ নকৰাকৈ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) যুদ্ধ নকৰাকৈ ।

১৫। ব্ৰজকণ্ঠ শব্দৰ অৰ্থ কি?

(ক) বজ্ৰৰ দৰে কণ্ঠ

(খ) উচ্চস্বৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৬। মাতৃভূমি শব্দৰ অৰ্থ কি?

(ক) জন্মভূমি

(খ) স্বদেশ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১৭। ভীৰু শব্দৰ বিপৰীত  অৰ্থ কি?

(ক) ভূৰা

(খ) সাহসি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সাহসি ।

১৮। অনিচ্ছা  শব্দৰ বিপৰীত অৰ্থ কি?

(ক) নিচ্ছা

(খ) ইচ্ছা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) ইচ্ছা ।

১৯। চাৰিওফালে কি শব্দ হয় ?

(ক) উঠ উঠ গড় বান্ধ

(খ) সকলোয়ে শুই থাক

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) উঠ উঠ গড় বান্ধ ।

২০। গড়টো আজিও কি নামেৰে জনাজাত?

(ক) মোমাই কটা গড়

(খ) শৰাইযঘাটৰ ৰণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মোমাই কটা গড় ।

Type by- Bikul Mandal