Class 6 Computer Course Sankardev School | Chapter 1 | কম্পিউটাৰৰ প্ৰজন্ম | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

কম্পিউটাৰৰ প্ৰজন্ম

১। কম্পিউটাৰ কাৰ্যক্ষমতা আৰু নিৰ্মাণ শৈলীৰ ওপৰত ভিত্তি কৰি প্ৰজন্মক কেইভাগত ভাগ কৰা হৈছে ।

(ক)৩টা ভাগত

(খ)৪ টা ভাগত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (গ)ইয়াৰ ভিতৰত এটাও নহয়

২। ট্ৰেনজিষ্টাৰ প্ৰজন্মৰ ক’ত ব্যৱহাৰ কৰা হয় ?

(ক)কম্পিউতাৰত

(খ)”ইণ্টিগ্ৰেটেড ত

(গ)মো’বাইল

উত্তৰঃ (খ)”ইণ্টিগ্ৰেটেড ত

৩। কম্পিউটাৰ মুঠ প্ৰজন্ম কেই ভাগত ভাগ কৰা হৈছে ?

(ক)৪ টা ভাগত

(খ)৩ টা ভাগত

(গ)৫ টা ভাগত

উত্তৰঃ (গ)৫ টা ভাগত

৪।  চতুৰ্থ প্ৰজন্ম কম্পিউতাৰ কিহত ব্যৱহাৰ কৰা হয় ?

(ক)কম্পিউটাৰত

(খ)ইণ্টিগ্ৰেটেত

(গ)মো বাইলত

উত্তৰঃ (ক)কম্পিউটাৰত

৫। কিমান চনৰ পৰা বৰ্তমানলৈকে ব্যৱহাৰ হোৱা কম্পিউটাৰবোৰক পঞ্চম প্ৰজন্মৰ কম্পিউতাৰ বুলি কোৱা হয়?

(ক)১৯৭০ চনত

(খ)১৯৯০ চনত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)১৯৭০ চনত

৬।  কম্পিউতাৰৰ প্ৰজন্ম কেইটা ?

(ক)৫টা

(খ)৬টা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)৫টা

৭।  তৃতিয় প্ৰজন্মৰ কম্পিউতাৰৰ কিমান চনত আৱিস্কাৰ হৈছিল ?

(ক)১৯৬০ চনত

(খ)১৮ ৭০ চনত

(গ)১৯৮০ চনত

উত্তৰঃ (ক)১৯৬০ চনত

৮।  পঞ্চম কম্পিউটাৰ কিমান চনৰ পৰা আজি পৰ্যন্ত বোৰ নিৰ্মাণ হৈ আছে ?    

(ক)১৯৭০ চন

(খ)১৯৮০ চন

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)১৯৮০ চন

৯। (UNIVAC – I )কোন টো প্ৰজন্মৰ কম্পিউটাৰ ?

(ক)প্ৰথম প্ৰজন্ম

(খ)তৃতীয় প্ৰজন্ম

(গ)চতুৰ্থ প্ৰজন্ম

উত্তৰঃ (ক)প্ৰথম প্ৰজন্ম

১০। কম্পিউটাৰ লিখিত আকাৰত নিৰ্দেশাৱলীক কি বুলি কোৱা হয় ?

(ক)Voice recognition

(খ)Command Instruction

(গ)Microchip

উত্তৰঃ (খ)Command Instruction

১১। কম্পিউটাৰ প্ৰথম আৰম্ভণি যন্ত্ৰ কি ?

(ক)CPU

(খ)এবেকাছ (Abacus)

(গ)কি বোৰ্ড

উত্তৰঃ (খ)এবেকাছ (Abacus)

১২। কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয় ?

(ক)টমাছ আলভা এডিছন

(খ)ব্লেইজ পাচকেল

(গ)চালৰ্চ বেবেজ

উত্তৰঃ (গ)চালৰ্চ বেবেজ

১৩। ১৯৪৬ আৰু ১৯৫০ চনৰ ভিতৰত যিবোৰ কম্পিউটাৰ আৱিষ্কৃত হৈছিল সেইবোৰ কম্পিউটাৰক কোন প্ৰজন্মৰ বুলি কোৱা হয় ?

(ক)প্ৰথম প্ৰজন্মৰ

(খ)দ্বিতীয় প্ৰজন্মৰ

(গ)তৃতীয় প্ৰজন্মৰ

উত্তৰঃ (ক)প্ৰথম প্ৰজন্মৰ

১৪। প্ৰথম প্ৰজন্মৰ কম্পিউটাৰত কি ব্য়ৱহাৰ কৰা হয় ?

(ক)ভেকুৱাম টিউৱ

(খ)ট্ৰেনজিষ্টাৰ

(গ)ইণ্টিগ্ৰেটেড

উত্তৰঃ (ক)ভেকুৱাম টিউৱ

১৫। ‘IBM7090’ কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?

(ক)চতুৰ্থ প্ৰজন্মৰ

(খ)তৃতীয় প্ৰজন্মৰ

(গ)দ্বিতীয় প্ৰজন্মৰ

উত্তৰঃ (গ)দ্বিতীয় প্ৰজন্মৰ

১৬। ইণ্টিগ্ৰেটেড চাৰ্কিট”ৰ কৌশল তুলনামূলকভাৱে ট্ৰেনজিষ্টাৰতকৈ ___________

(ক)পিছপৰা

(খ)আগবঢ়া

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)আগবঢ়া

১৭। “আই.চি” ৰ সম্পূৰ্ণ নাম কি ?

(ক)ইণ্টিগ্ৰেটেড চাৰ্কিট

(খ)মাইক্ৰচিপ

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (ক)ইণ্টিগ্ৰেটেড চাৰ্কিট

১৮। ‘Cyber’ কোনটো প্ৰজন্মৰ কম্পিউটাৰ ?

(ক)পঞ্চম প্ৰজন্ম

(খ)চতুৰ্থ প্ৰজন্ম

(গ)প্ৰথম প্ৰজন্ম

উত্তৰঃ (খ)চতুৰ্থ প্ৰজন্ম

১৯। বৰ্তমান কম্পিউটাৰবোৰত কি ব্য়ৱহাৰ কৰা হয় ?

(ক)মাইক্ৰপ্ৰচেচৰ

(খ)মাইক্ৰচিপ

(গ)ভেৰি লাৰ্জ

উত্তৰঃ (খ)মাইক্ৰচিপ

২০। লিখিত আকাৰৰ নিৰ্দেশাৱলীক কি বোলে ?

(ক)কামাণ্ড

(খ)ইনষ্ট্ৰাকশ্য়ন

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (গ)ওপৰৰ দুয়োটা