Class 4 Assamese Book Chapter 7 | ৰাতিপুৱা | MCQs Short Question Answer SCERT School |

Chapter 7

ৰাতিপুৱা

১। ৰাতিপুৱা কবিতাটিৰ কবিজনৰ নাম কি ?

(ক) মহম্মদ চোলেইমান খাঁ

(খ) নৱকান্ত বৰুৱা

(গ) অম্বিকাগিৰি ৰায় চৌধুৰী

উত্তৰঃ (ক) মহম্মদ চোলেইমান খাঁ

২। পুৱাৰ বেলি ওলোৱা দিশটো কি ?

(ক) দক্ষিণ

(খ) পূব

(গ) পশ্চিম

উত্তৰঃ (খ) পূব

৩। পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?

(ক) ৰীণাই

(খ) মউমাখিয়ে

(গ) চৰাইয়ে

উত্তৰঃ (গ) চৰাইয়ে

৪। ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে ?

(ক) পান কৰি ফুৰে

(খ) গছে গছে ফুৰে

(গ) গুণ গুণায় থাকে

উত্তৰঃ (ক) পান কৰি ফুৰে

৫। ৰীণা, মীনা, বীণা সকলোৱে শুই উঠি কি কৰিছে ?

(ক) ফুৰিব গৈছে

(খ) গান গাইছে

(গ) শিকিছে নিজৰ পঢ়া

উত্তৰঃ (গ) শিকিছে নিজৰ পঢ়া

৬। কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে ?

(ক) পুথি মেলিব দিছে

(খ) খেলিব দিছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পুথি মেলিব দিছে

৭। পদ্য়টোত সোণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?

(ক) শিকা নিজৰ পাঠ

(খ) খেলিব দিছে

(গ) গান গাব দিছে

উত্তৰঃ (ক) শিকা নিজৰ পাঠ

৮। পূব আকাশত কি উলায় ?

(ক) চৰাই উলায়

(খ) ডাৱৰ উলায়

(গ) ৰঙা বেলি উলায়

উত্তৰঃ (গ) ৰঙা বেলি উলায়

৯। কাক ঢাৰি-পাটী উঠাৰ কথা পদ্য়টোত কৈছে ?

(ক) সোণফেৰিক

(খ) ৰীণাক

(গ) মীনাক

উত্তৰঃ (ক) সোণফেৰিক

১০। ৰাতিপুৱা কাক উঠাৰ কথা কৈছে ?

(ক) সোণফেৰিক

(খ) গিৰিসাই

(গ) বীণাক

উত্তৰঃ (খ) গিৰিসাই