Class 6 Computer Course Sankardev School | Chapter 3 | হাৰ্ডৱেৰ আৰু চফটৱেৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 3

হাৰ্ডৱেৰ আৰু চফটৱেৰ

১। কাৰ্য প্ৰণালী নিৰ্ভৰশীল বিশেষকৈ কেইটা ?

(ক)১ টা

(খ)৫টা

(গ)২টা

উত্তৰঃ(গ)২টা

২। অপাৰেটিং চিষ্টেম হ’ল এবিধ ? 

(ক)এপ্লিকেশ্ব্যন চফটৱেৰ

(খ)চিষ্টেম চফটৱেৰ

(গ)ইয়াৰ ভিতৰত এটাীও নহয়

উত্তৰঃ(খ)চিষ্টেম চফটৱেৰ

৩। চিষ্টেম চফটৱেৰ ওপৰত কি থাকে ?

(ক)ন্যস্ত

(খ)চিষ্টেম

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(ক)ন্যস্ত

৪। নিদেৰ্শাৱলী লিখি কম্পিউটাৰ দিয়াক কি বোলা হয় ? 

(ক)চিষ্টেম চফটৱেৰ

(খ)চফটৱেৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ)চফটৱেৰ

৫। হাৰ্ডৱেৰ আৰু চ়ফটৱেৰ মাজত কি সম্পৰ্ক আছে ?

(ক)টকা -পইচাৰ লেন দেন বতৰৰ আগজাননী দিয়া

(খ)মাটি হিচাব নিকাজৰ লেন দেলনৰ আগজৃাননী দিয়া

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(ক)টকা -পইচাৰ লেন দেন বতৰৰ আগজাননী দিয়া

৬। প্ৰয়োজনীয় অপাৰেটিং চিষ্টেমটো বাছিলৈ কোনটো ব্যৱহাৰ কৰিব লাগে ?

(ক) MS- Dos Windows আদি

(খ) MS. Windows Linux আদি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) MS- Dos Windows আদি

৭। চিষ্টেম চফটৱেৰে কম্পিউটাৰৰ তথ্য সমূহ পৰিচালনা ?

(ক) নকৰে

(খ) কৰে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কৰে

৮। এপ্লিকেশ্বন চফটৱেৰ কেইৰ প্ৰকাৰ ?

(ক) ৩ প্ৰকাৰ

(খ) ২ প্ৰকাৰ

(গ) ৪ প্ৰকাৰ

উত্তৰঃ (খ) ২ প্ৰকাৰ

৯। এপ্লিকেশ্বন চফটৱেৰ আৰু চিষ্টেম চফটৱেৰক একে লগে কি বুলি জনা যায় ?

(ক) অপাৰেটিং চিষ্টেম

(খ) ইউটিলিটি চফটৱেৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ইউটিলিটি চফটৱেৰ

১০। কম্পিউটাৰত থকা সকলো ভৌতিক অংগবোৰ কি কি ?

(ক) মনিটৰত থকা সকলো

(খ) ম’বাইলত থকা সকলো

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ম’বাইলত থকা সকলো

১১। এটা কম্পিউটাৰে কেতিয়া সম্পূৰ্ণৰূপে কাম কৰিব পাৰে ?

(ক)হাৰ্ডৱেৰ আৰু চফটৱেৰ সংমিশ্ৰণত

(খ)ইণ্টাৰনেটৰ সহায়ত

(গ) চি.পি.ইউ ৰ সহায়ত

উত্তৰঃ (ক)হাৰ্ডৱেৰ আৰু চফটৱেৰ সংমিশ্ৰণত

১২। হাৰ্ডৱেৰ অবিহনে চফটৱেৰৰ__

(ক) কাম আছে

(খ) কোনো মূল্য় নাই

(গ) অকলশৰীয়া

উত্তৰঃ (খ) কোনো মূল্য় নাই

১৩। চফটৱেৰ বিহীন কম্পিউটাৰ কেনেকুৱা ?

(ক) এজন মৃত মানুহৰ দৰে

(খ) এজন বিকলাংগ মানুহৰ দৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এজন মৃত মানুহৰ দৰে

১৪। হাৰ্ডৱেৰ বিহীন কম্পিউটাৰ কেনেকুৱা ?

(ক) এজন মৃত মানুহৰ দৰে

(খ) এজন বিকলাংগ মানুহৰ দৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) এজন বিকলাংগ মানুহৰ দৰে

১৫। ব্য়ৱহাৰৰ প্ৰকৃতি আৰু প্ৰয়োজন অনুসৰি চফটৱেৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (ক) দুটা ভাগত

১৬। এপ্লিকেশ্ব্য়ন চফটৱেৰ কি কামত ব্য়ৱহাৰ কৰে ?

(ক) দোকানৰ কামত

(খ) কাৰ্যালয়ত

(গ) বেংকৰ হিচাপ নিকাচ

উত্তৰঃ (গ) বেংকৰ হিচাপ নিকাচ

১৭। এপ্লিকেশ্ব্য়ন চফটৱেৰ দুই ধৰণৰ সেইকেইটা হ’ল —-

(ক) ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ পেকেজ

(খ) চিষ্টেম আৰু এপ্লিকেশ্ব্য়ন চফটৱেৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ষ্টেণ্ডাৰ্ড আৰু কাষ্টমাইজ পেকেজ

১৮। এপ্লিকেশ্বন আৰু চিষ্টেম চফটৱেৰক একেলগে কি বুলি কোৱা হয় ?

(ক) ইনপুত

(খ) ইউটিলিটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ইউটিলিটি

১৯। অপাৰেটিং চিষ্টেমৰ ভিতৰত আটাইতকৈ ব্য়ৱহাৰ কৰা চিষ্টেম বিধ কি ?

(ক) UNIX

(খ) LINUX

(গ) Ms. Windows, Linux

উত্তৰঃ (গ) Ms. Windows, Linux

২০। কম্পিউটাৰৰ হাৰ্ডৱেৰৰ অংশ আমি হাতেৰে চুব পাৰোঁনে ?

(ক) পাৰোঁ

(খ) নোৱাৰোঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰোঁ