Class 6 Computer Course Sankardev School | Chapter 5 | কী-বৰ্ড আৰু কী সমূহ  | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 5

কী-বৰ্ড আৰু কী সমূহ 

১। ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ—-

(ক)হয়

(খ)নহয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)হয়

২। মনিষাই কি  পৃষ্ঠাৰ এটা টোকা তেওঁ এজন সহপাঠীজনে লিখিব  ললে ?

(ক)২৭ পৃষ্ঠাৰত

(খ)২৫ পৃষ্ঠাৰত

(গ)২৮ পৃষ্ঠাৰত

উত্তৰঃ (খ)২৫ পৃষ্ঠাৰত

৩। মনিষাই লিখিব দিয়া সহপাঠীখনৰ কামটো কিহৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত লৈছিল ?

(ক)মবা’ইল ত

(খ)কম্পিউটাৰত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)কম্পিউটাৰত

৪। চেকেণ্ডেৰী মেমৰী লিখা সকলো তথ্য বা নিৰ্দেশাৱলী বোৰ কি দৰে জমা হৈ থাকে ?

(ক)save হৈ থাকে

(খ)স্থায়ীভাৱে হৈ থাকে

(গ)ইয়াৰ ভািতৰত এটাও নহয়

উত্তৰঃ (খ)স্থায়ীভাৱে হৈ থাকে

৫। কী -বোৰ্ডৰকী সমূহ আখৰ শঁখ্যা আৰু চিহ্নঅনুসতাৰে বেলেগ বেলেগ ভাগ কেইটা ?

(ক)৫ টা

(খ)৬ টা

(গ)৪ টা

উত্তৰঃ (গ)৪ টা

৬। এই কী- বোৰ্ডৰ আখৰ সংখ্যা আৰু কেত বোৰ চিহ্ন কী থাকে  ই সাধাৰণতে কেই প্ৰকাৰৰ  ?

(ক)৩ প্ৰকাৰৰ

(খ)২ প্ৰকাৰৰ

(গ)৪ প্ৰকাৰৰ

উত্তৰঃ (খ)২ প্ৰকাৰৰ

৭।  ইংৰাজী বৰ্ণমালাৰ বৰ্ণসমূহ এই শ্ৰেণীৰ অন্তৰ্গত ইয়াৰ সৰ্বমুঠ কেইটা ?

(ক)৪৫ টা

(খ)৫২ টা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)৫২ টা

৮। চফটৱেৰভেদে ইয়াৰ কাম বেলেগ বেলেগ ই  সহায়ত কী বুলি জনা যায় ?

(ক) Alternate key

(খ) Back s pace key

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) Alternate key

৯। Backspace কি কামত ব্যৱহাৰ কৰা হয় ?

(ক)আখৰ মচিবলৈ

(খ)আখৰ ৰং কৰিবলৈ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)আখৰ মচিবলৈ

১০। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?

(ক)বিভিন্ন কামত

(খ)এটা কামত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)বিভিন্ন কামত

১১। কী-বোৰ্ড খন কি ডিভাইচ ?

(ক)ইনপুত ডিভাইচ

(খ)আউটপুত ডিভাইচ

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (ক)ইনপুত ডিভাইচ

১২। আমি কিহৰ যোগেদি কম্পিউটাৰত প্ৰয়োজনীয় তথ্য় যোগান ধৰিব পাৰোঁ।

(ক)মনিটৰৰ যোগেদি

(খ)চি.পি.ইউ

(গ)কী-বোৰ্ড

উত্তৰঃ (গ)কী-বোৰ্ড

১৩। সৰ্বসাধাৰণৰ বাবে নিৰ্মিত আৰু ব্য়ৱহাৰযোগ্য় কী-বোৰ্ডৰ ভাগ কেইটা ?

(ক)দুটা

(খ)তিনিটা

(গ)চাৰিটা

উত্তৰঃ (গ)চাৰিটা

১৪। এলফাবেট কীত কেইটা কী থাকে ?

(ক)৩০ টা

(খ)৫২ টা

(গ)৫৪ টা

উত্তৰঃ (খ)৫২ টা

১৫। কী বোৰ্ডৰ কীসমূহৰ ভিতৰত প্ৰধান কী কোনটো ?

(ক)Enter Key

(খ)Shift

(গ)Ctrl

উত্তৰঃ (ক)Enter Key

১৬। Ctrl কীক আৰু কি বুলি কোৱা হয় ?

(ক)Space Bar

(খ)সহায়ক কী

(গ)Tab Key

উত্তৰঃ (খ)সহায়ক কী

১৭। Esc Key,  কী বোৰ্ডৰ ক’ত থাকে ?

(ক)মাজত

(খ)শেষত

(গ)প্ৰথমত

উত্তৰঃ (গ)প্ৰথমত

১৮। কী-বোৰ্ডত Delete কী কেইটা থাকে ?

(ক)দুটা

(খ)তিনিটা

(গ)এটাও পোৱা নাযায়

উত্তৰঃ (ক)দুটা

১৯। কী-বোৰ্ডত Arrorw Key সৰ্বমুঠ কেইটা থাকে ?

(ক)তিনিটা

(খ)দুটা

(গ)চাৰিটা

উত্তৰঃ (গ)চাৰিটা

২০।  F1, F2 আদি কি কী (key) বুলি জনা যায় ? 

(ক)কী বুলি

(খ)ফাংকশ্বন কী

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)ফাংকশ্বন কী