Class 4 Assamese Book Chapter 14 | গছে যদি খোজ কাঢ়ে | MCQs Short Question Answer SCERT School |

Chapter 14

গছে যদি খোজ কাঢ়ে

১। গছে যদি খোজ কাঢ়ে তোমাৰ কেনে লাগে ?

(ক) ভাল লাগিব

(খ) বেয়া লাগিব

(গ) গছৰ লগত থাকিব মন যাব

উত্তৰঃ (ক) ভাল লাগিব

২। আমাৰ মৰম-চেনেহবোৰ গছে কিহত বান্ধি নিব ?

(ক) শিপাত

(খ) পাতত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পাতত

৩। গছৰ পৰা আমি কি বস্তু বনাব পাৰো ?

(ক) বেত, বিছনা, কাঠ

(খ) ঘৰ, টিভি, কেটলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বেত, বিছনা, কাঠ

৪। গছ-গছনি নাথাকিলে কোনবোৰ বস্তু বাসস্থান পাবহি ?

(ক) চৰাই-চিৰিকটি

(খ) পোক-পতংগ

(গ) বনৰীয়া জন্তুবোৰ

উত্তৰঃ (গ) বনৰীয়া জন্তুবোৰ

৫। গছে যদি খোজ কাঢ়িব পাৰে তেতিয়া কাৰ বিলাই নাইকিয়া হ’ব ?

(ক) চাইকেল, গাড়ীবোৰৰ

(খ) মানুহবোৰৰ

(গ) কাম কৰি খোৱা মানুহবোৰৰ

উত্তৰঃ (ক) চাইকেল, গাড়ীবোৰৰ

৬। গছে কি কৰিলে মজা লাগিব ?

(ক) কথা কলে

(খ) খোজ কাঢ়িলে

(গ) ফল-মূল দিলে

উত্তৰঃ (খ) খোজ কাঢ়িলে

৭। হাবি এৰি গছ কাৰ লগত যাব বুলি কৈছে ?

(ক) জন্তুবিলাকৰ লগত

(খ) পাতবিলাকৰ লগত

(গ) ল’ৰা-ছোৱালীবিলাকৰ লগত

উত্তৰঃ (গ) ল’ৰা-ছোৱালীবিলাকৰ লগত

৮। সৰু-ডাঙৰ গছে মিলি কেনেদৰে যাব ?

(ক) শাৰী পাতি

(খ) গাড়ীত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শাৰী পাতি

৯। আমাৰ লগৰীয়া কোন হ’ব বুলি কোৱা হৈছে ?

(ক) চৰাই-চিকিকটিবোৰ

(খ) জন্তুবোৰ

(গ) গছবোৰ

উত্তৰঃ (গ) গছবোৰ

১০। গছবোৰ খোজ কাঢ়িলে কোনে ৰ লাগি চাব ?

(ক) ল’ৰা বুঢ়াই

(খ) গাভৰুৱে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ল’ৰা বুঢ়াই