Class 6 Computer Course Sankardev School | Chapter 6 | এম. এচ. ডচ. (MS-DOS)  | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 6

এম. এচ. ডচ. (MS-DOS) 

১। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?

(ক)বিভিন্ন কামত

(খ)এটা কামত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)বিভিন্ন কামত

২। (space Bar) কি কামত ব্যৱহাৰ কৰোঁ ?

(ক)কোনো আখৰ কলা কৰা

(খ)কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)কোনো শব্দৰ মাজত খালী ঠাই দিবলৈ

৩। key ৰ জৰিয়তে পূৰ্বৰ কোনো কামাণ্ড নাচক (cancel )কৰিব 

(ক)পাৰোঁ

(খ)নোৱাৰোঁ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পাৰোঁ

৪। কী- বোৰ্ডৰ জৰিয়তে কম্পিউটাৰ তথ্য যোগান ধৰা ?

(ক)হয়

(খ)নহয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)হয়

৫। (Home key ) এই কীৰ জৰিয়তে কোনো এটা পৃষ্ঠা দফা শাৰী বা বাক্যৰ আৰম্ভণিলৈ কাৰ্চাৰ (cursor) আনিব ?  

(ক)পাৰি

(খ)নোৱাৰি

(গ)এয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পাৰি

৬। (DOS ) ৰকেইটামান ইণ্টাৰনেল কামাণ্ড হ’ল ?

(ক)DIR (ডি.আই. আৰ )

(খ)CLS (চি. এল. এচ )

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)CLS (চি. এল. এচ )

৭। OS ৰ সম্পূণৰ্ণ নামটো লিখা ?

(ক)DOS (Disk Operating System )

(খ)internal command

(গ)ইয়াৰ ভিতৰত ওটাও নহয়

উত্তৰঃ (ক)DOS (Disk Operating System )

৮। এম. এচ. ডচ. ৰ কামাণ্ড সমূহ সাধাৰণতকে কেই প্ৰকাৰৰ 
?

(ক)৩ প্ৰকাৰৰ

(খ)১ প্ৰকাৰৰ

(গ)২ প্ৰকাৰৰ

উত্তৰঃ (গ)২ প্ৰকাৰৰ

৯। কামাণ্ড সহায়ত MS- DOS বন্ধ কৰি প্ৰগ্ৰেমৰ পৰা ওলাই আহিব ?

(ক)পাৰি

(খ)নোৱাৰি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পাৰি

১০। MS – DOS ৰ সহায়ত কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ কম্পিউটাৰক একো আদেস বা নিদেৰ্শ দিয়া ?

(ক)হয়

(খ)নহয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)হয়

১১। অপাৰেটিং চিষ্টেমক সংক্ষেপত কি বুলি কোৱা হয় ?

(ক)DOS

(খ)OS

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)OS

১২। কম্পিউটাৰৰ মূল চালিকা শক্তি কি ?

(ক)Mouse

(খ)CPU

(গ)OS

উত্তৰঃ (খ)CPU

১৩। কোন দেশৰ মাইক্ৰচফট কোম্পানীয়ে যোগান ধৰা বাবে অপাৰেটিং চিষ্টেমটোক -এম.এচ.ডচ বুলি জনা যায় ?

(ক)আমেৰিকাৰ

(খ)ইংলেণ্ডৰ

(গ)ভাৰতৰ

উত্তৰঃ (ক)আমেৰিকাৰ

১৪। এম.এচ.ডচ ৰ সহায়ত কোনো এটা কাম সম্পাদন কৰিবলৈ কম্পিউটাৰক কি কৰে ? 

(ক)অনুৰোধ কৰা হয়

(খ)আদেশ দিয়া হয়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)আদেশ দিয়া হয়

১৫। এই আদেশ দিয়াটোক কি বুলি জনা যায় ?

(ক)ইণ্টাৰনেল কামাণ্ড

(খ)এক্সটাৰনেল কামাণ্ড

(গ)কামাণ্ড

উত্তৰঃ (গ)কামাণ্ড

১৬। DOS ৰ CLS কিহৰ কামাণ্ড ?

(ক)ইণ্টাৰনেল কামাণ্ড

(খ)এস্কটাৰনেল কামাণ্ড

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)ইণ্টাৰনেল কামাণ্ড

১৭। DIR কামাণ্ডৰ সহায়ত কি কৰা হয় ?

(ক)অন (On) কৰা হয়

(খ)পৰ্দাখন লেতেৰা কৰে

(গ)Directory ভিতৰতৰ তথ্য় চাব পাৰি

উত্তৰঃ (গ)Directory ভিতৰতৰ তথ্য় চাব পাৰি

১৮। Type কামাণ্ডৰ সহায়ত কি কৰা হয় ?

(ক)আখৰ লিখিব পাৰি

(খ)কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি

(গ)আখৰ কাটিব পাৰি

উত্তৰঃ (খ)কোনো ফাইলৰ ভিতৰৰ তথ্য় চাব পাৰি

১৯। Copy Con ৰ দ্বাৰা কি কৰিব পাৰি ?

(ক)নতুন ফাইন বনাব পাৰি

(খ)বৰ্তমানৰ তাৰিখ চাব পাৰি

(গ)বৰ্তমানৰ সময় চাব পাৰি

উত্তৰঃ (ক)নতুন ফাইন বনাব পাৰি

২০। DEL কামাণ্ডৰ দ্বাৰা কি কৰা হয় ?

(ক)কপি কৰিব পাৰি

(খ)ফাইল মচিব পাৰি

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)ফাইল মচিব পাৰি