Class 6 Computer Course Sankardev School | Chapter 7 | পেইণ্ট (paint) | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

পেইণ্ট (paint)

১। (Ctrl – s  টিপিলে কি হয় ?

(ক)save হয়

(খ)Date হয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)save হয়

২। Windows ৰ পৰা DOS Kane (open) কৰা ? 

(ক)হয়

(খ)নহয়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)হয়

৩। কামাণ্ড সহায়ত নতুন ফাইল বনাব পাৰি ?

(ক)type (টাইপ)

(খ)Exit (এক্সিট )

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)Exit (এক্সিট )

৪। কামাণ্ড সহায়ত (directory) পাৰি ?

(ক)MD বা MKDIR ( মেক ডাইৰেক্টৰী )

(খ)CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )

৫। (DOS) ত বৰ্তমান সময় চাবৰ বাবে কি ব্যৱহাৰ কৰা হয় ? 

(ক)Date

(খ)time

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)time

৬। অকাঁ ছবিখন ডাঙৰ বা সৰু কৰিব কি ব্যৱহাৰ কৰা হয় ?

(ক)dialog box ok button click ত

(খ)Resize button Click ত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)Resize button Click ত

৭। ছবি অকাঁ সম্পূৰ্ণৰ হোৱাৰ পিছত (paint button) ত click কৰিব ?

(ক)নালাগিব

(খ)লাগিব

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)লাগিব

৮। পলিগন টুল (Polygon tool) এই টুলৰ সহায়ত আমি কি চিত্ৰ আঁকিব পাৰিম ?

(ক)আয়ত চিত্ৰ

(খ)ষড়ভূজৰ চিত্ৰ

(গ)ৰেখা চিত্ৰ

উত্তৰঃ (খ)ষড়ভূজৰ চিত্ৰ

৯। টেক্স টুল (text tool) ৰ সহায়ত কি পৰ্দাত লিখিব পাৰি ?

(ক)বেকা ৰেখা পৰ্দাত

(খ)আখৰ পৰ্দাত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)আখৰ পৰ্দাত

১০। পিক কালাৰ টুল সহায়ত এটা অংশৰ ৰং কপি কৰি আন এ্ৰটা অংশৰ  দিব  ?

(ক)নোৱাৰি

(খ)পাৰি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)পাৰি

১১। পেইণ্ট এবিধ কি ?

(ক)হাৰ্ডৱেৰ

(খ)চফটৱেৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)চফটৱেৰ

১২। পেইণ্টৰ Window খনক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক)চাৰিটা

(খ)দুটা

(গ)তিনিটা

উত্তৰঃ (গ)তিনিটা

১৩। ইৰেজাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?

(ক)ছবি আকিব পাৰি

(খ)কোনো তথ্য় সংৰক্ষণ কৰিব পাৰি

(গ)ছবি মচিব পাৰি

উত্তৰঃ (গ)ছবি মচিব পাৰি

১৪। লাইন টুলে কি কৰে ?

(ক)পৰ্দাত আখৰ লিখিব পাৰি

(খ)বেকা ৰেখা আঁকিব পাৰি

(গ)ৰং স্প্ৰে কৰিব পাৰি

উত্তৰঃ (খ)বেকা ৰেখা আঁকিব পাৰি

১৫।  গোলাকাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?

(ক)গোলাকৰ চিত্ৰ আঁকিব পাৰি

(খ)ত্ৰিভূজ চিত্ৰ আঁকিব পাৰি

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (ক)গোলাকৰ চিত্ৰ আঁকিব পাৰি

১৬। Paint Option ত ক্লিক কৰাৰ লগে লগে পেইণ্টত কি হয় ?

(ক)নতুন ফাইল অপেন হয়

(খ)ফাইল কটা যায়

(গ)Window খন Open হয়

উত্তৰঃ (গ)Window খন Open হয়

১৭। Paint ত নতুন ফাইল খোলাৰ Shortcut কি ?

(ক)Ctrl+I

(খ)Ctrl+N

(গ)Ctrl+F

উত্তৰঃ (খ)Ctrl+N

১৮। Paint ত Save কৰাৰ চৰ্টকাট কি ?

(ক)Ctrl+S

(খ)Ctrl+V

(গ)Ctrl+X

উত্তৰঃ (ক)Ctrl+S

১৯। প্ৰয়োজন হ’লে আমি Save কৰা ফাইলটো চাব পাৰোঁ নে ?

(ক)পাৰোঁ

(খ)নোৱাৰে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)পাৰোঁ

২০। ফাইল এটা Open কৰা Shortcut কি ?

(ক)Ctrl+N

(খ)Ctrl+P

(গ)Ctrl+O

উত্তৰঃ (গ)Ctrl+O