Class 6 Niti Mallika Chapter 1 MCQ’s Sankardev School | আচৰণত জীৱন মূল্য | Class 6 Niti Mallika Chapter 1 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 1

আচৰণত জীৱন মূল্য

১। সদায় নিয়মিতভাৱে কি কৰিব লাগে ?

(ক) ব্যায়াম, যোগাসন আৰু সূৰ্য-নমস্কাৰ কৰা ।

(খ) সদায় দেৰিকে ওঠা ।

(গ) সদায় নিয়মিক ব্যায়াম নকৰা ।

উত্তৰ- (ক) ব্যায়াম, যোগাসন আৰু সূৰ্য-নমস্কাৰ কৰা । ।

২। সদায় নিয়মিক কাম কৰিব ?

(ক) নালাগে ।

(খ) লাগে ।

(গ) কৰিম ।

উত্তৰ- (খ) লাগে ।

৩। পিছপৰা অঞ্চল আৰু সংস্কাৰ কেন্দ্ৰ গৈ আমি কি কৰিব লাগে?

(ক) ৰাখী বন্ধা, ফাকুৱা খেলা ।

(খ) কাজীয়া কৰিব লাগে ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) ৰাখী বন্ধা, ফাকুৱা খেলা ।

৪। বয়ষিয়াল মানুহক আমি কি কৰিব লাগে ?

(ক) সহায় কৰিব নালাগে ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) সহায় কৰিব লাগে ।

উত্তৰ- (গ) সহায় কৰিব লাগে ।

৫। মহাপুৰুষ দুজনৰ নাম কি ?

(ক) বিবেকানন্দ ।

(খ) শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমাধৱদেৱ ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমাধৱদেৱ ।

৬। স্বাৱলম্বীকৰ অৰ্থ কি ?

(ক) একো কাম নিজে নকৰা ।

(খ) নিজৰ কাম নিজে কৰা ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) নিজৰ কাম নিজে কৰা ।

৭। আমি সূৰ্য্য-নমস্কাৰ কৰিব লাগে নে নালাগে  ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) লাগে

(গ) নালাগে

উত্তৰ- (খ) লাগে ।

৮। আমি কাৰ কাৰ নীতি-নিয়মবোৰ পালনকৰৰব লাগে ?

(ক) বেয়া মানুহৰ নীতি-নিয়ম পালন কৰা

(খ) বিদ্যালয় আৰু সমাজৰ নীতি-নিয়ম পালন কৰা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) বিদ্যালয় আৰু সমাজৰ নীতি-নিয়ম পালন কৰা ।

৯। মহাপুৰুষৰ জীৱনী পঢ়িব লাগে নে নালাগে ?

(ক) নালাগে

(খ) লাগে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) লাগে ।

১০। আমি কেনেকুৱা ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰিব লাগে ?

(ক) শক্তিশালি ছাত্ৰ-ছাত্ৰী

(খ) দুৰ্বল ছাত্ৰ-ছাত্ৰী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) দুৰ্বল ছাত্ৰ-ছাত্ৰী ।

Type by- Bikul Mandal