Class 7 Social Science Sankardev School | Chapter 11 | মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 11

মৌৰ্যৰ পৰৱৰ্তী যুগৰ ভাৰতবৰ্ষ

১। ভাৰতৰ মৌৰ্য সাম্ৰাজ্য় প্ৰতিষ্ঠা এক উল্লেখযোগ্য় ঘটনা।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

২। ভাৰতবৰ্ষত মৌৰ্য বংশৰ ৰজাসকলে বহুদিন ধৰি শাসন কৰিছিল।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৩। মৌৰ্য সাম্ৰাজ্য় পতনৰ পাছত ভাৰতবৰ্ষত কেইবাখনো নতুন আৰু স্বাধীন ৰাজ্যৰ সৃষ্টি।

(ক) হৈছিল

(খ) নাইহোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈছিল

৪। পুষ্য়মিত্ৰ শুংগই মৌৰ্য বংশৰ শেষ ৰজা বৃহদ্ৰথক হত্য়া কৰি শুংগ বংশ প্ৰতিষ্ঠা নাইকৰা।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

৫। শুংগ বংশৰ মুঠতে কিমান জন ৰজাই ৰাজত্ব কৰিছিল।

(ক) ১০

(খ) ২

(গ) ৯

উত্তৰঃ (ক) ১০

৬। পুষ্য়মিত্ৰ শুংগ এই বংশৰ আটাইতকৈ উল্লেখযোগ্য় আৰু শক্তিশালী ৰজা।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ

৭। যুদ্ধ জয়ৰ কীৰ্তি যুগমীয়া কৰি ৰাখিৱলৈ তেওঁ দুবাৰকৈ অশ্বমেধ কি পাতে?

(ক) বংশ

(খ) যজ্ঞ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) যজ্ঞ

৮। পুষ্য়মিত্ৰ শুংগৰ পাছত তেওঁৰ পুত্ৰ অগ্নিমিত্ৰ মগধ ৰাজ্য়ৰ সিংহাসনত উঠে।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৯। কোন মন্ত্ৰীয়ে দেৱভূতিক হত্য়া কৰোৱাই মগধৰ সিংহাসন অধিকাৰ কৰে?

(ক) বাসুদেৱ

(খ) মগধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বাসুদেৱ

১০। সাতবাহনৰ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন?

(ক) বাসুদেৱ

(খ) সিমুক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সিমুক

 ১১। কান্ব বংশৰ শেষ ৰজা শূল বৰ্মনক হত্য়া কৰি তেওঁ ৰজা ।

(ক) হৈছিল

(খ) নাইহোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈছিল

১২। ভাৰতীয় শিল্পকলাতো গ্ৰীক প্ৰভাৱ দেখা ।

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়

১৩। ভাৰতীয় নাট্য় সাহিত্য়তো গ্ৰীকসকলৰ প্ৰভাৱ পৰিছিল বুলি অনুমান কৰিব ।

(ক) নোৱাৰি

(খ) পাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ

১৪। গণ্ডোফাৰেছৰ মৃত্য়ুৰ পাছত পহ্লৱ সাম্ৰাজ্য় কুশান নামৰ আন এটা বিদেশী জাতিৰ হাতলৈ ।

(ক) গৈছিল

(খ) নগৈছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গৈছিল

১৫। প্ৰথম কডফিছেছ আছিল কুশান বংশৰ প্ৰথম ৰজা।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

১৬। ভাৰতীয় নাট্য় সাহিত্য়তো গ্ৰীকসকলৰ প্ৰভাৱ পৰিছিল বুলি অনুমান কৰিব।

(ক) পাৰি

(খ) নোৱাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰি

১৭। মৌৰ্য সাম্ৰাজ্য পতনৰ পাছত ভাৰতবৰ্ষত কেইবাখনো নতুন স্বাধীন ৰাজ্যৰ সৃষ্টি হৈছিল।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১৮। কনিষ্কই ভাৰতৰ ভিতৰে-বাহিৰে বহুতো ৰাজ্য় নিজৰ ৰাজ্য়ৰ অন্তৰ্ভুক্ত কৰিছিল ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১৯। বেকট্ৰিয়ান গ্ৰীকসকলৰ পাছত ভাৰতলৈ অহা দ্বিতীয়টো বিদেশী জাতি কি?

(ক) কুশান

(খ) শকসকল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শকসকল

২০। গ্ৰীকসকলক ভাৰতবৰ্ষত কি বুলি কোৱা হয়?

(ক) কুশান

(খ) যৱন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) যৱন

Type: Pompi Hazarika