Class 6 Social Science Sankardev School | Chapter 23 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 23

গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ

১। কিমান চনত শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছিল ?

(ক)২০০২ চনত

(খ)২০০৫ চনত

(গ)২০১০ চনত

উত্তৰঃ (গ)২০১০ চনত

২। অধিকাৰ সীমাহীন 

(ক)হয়

(খ)নহয়

(গ)এটাও নহয়

উত্তৰঃ (খ)নহয়

৩। কিমান বছৰৰ পৰা ভোট দিব পাৰে ?

(ক)৬ বছৰ

(খ)১৪ বছৰ

(গ)১৮ বছৰ

উত্তৰঃ (গ)১৮ বছৰ

৪। শাসন প্ৰণালী কি ?

(ক)গণতন্ত্ৰ

(খ)ৰাজতন্ত্ৰ

(গ)অভিজাততন্ত্ৰ

উত্তৰঃ (ক)গণতন্ত্ৰ

৫। ৰজাৰ শাসনক কি বোলে ?

(ক)গণতন্ত্ৰ

(খ)ৰাজতন্ত্ৰ

(গ)অভিজাততন্ত্ৰ

উত্তৰঃ (খ)ৰাজতন্ত্ৰ

৬। দক্ষিণ আফ্ৰিকাত কিমান চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল ?

(ক)১৫২৬ খ্ৰীঃত

(খ)১৯৪৭ খ্ৰীঃত

(গ)১৯৯৪ খ্ৰীঃত

উত্তৰঃ (গ)১৯৯৪ খ্ৰীঃত

৭। কিমান চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ?

(ক)১৪৪৯ চনত

(খ)১৮৪৭ চনত

(গ)১৯৪৭ চনত

উত্তৰঃ (গ)১৯৪৭ চনত

৮। স্বাধীনতা সংগ্ৰামত গুৰি ধৰোতাজনৰ নাম কি ?

(ক)মহাত্মা গান্ধীৰ

(খ)জৱাহৰলাল নেহৰু

(গ)সৰোজিনী নাইডু

উত্তৰঃ (ক)মহাত্মা গান্ধীৰ

৯। গণতন্ত্ৰৰ আন এটা নীতি নাম কি ?

(ক)শাসন

(খ)সমতা

(গ)অধিকাৰ

উত্তৰঃ (খ)সমতা

১০। ভাৰতৰ সংবিধানে সকলো ভাৰতীয় নাগৰিকক কেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে ?

(ক)৩ টা

(খ)৫ টা

(গ)৬ টা

উত্তৰঃ (গ)৬ টা